17/07/2026
১ এপ্ৰিলত ছৌৰাগুৰীত গোডাউনত চুৰি*
Risha Infrastructure ৰ গোডাউনত চুৰি।
ছৌৰাগুৰিৰ পৰা ২০০ টা লাইট আৰু আন বহুতো সামগ্ৰী চুৰি হয়।
ট্ৰাক ড্ৰাইভাৰ মহিজুদ্দিন আলী আৰু মালিক ছাহাজুদ্দিন আলী, ঠিকনা- সৰাঝৰা মূল মাষ্টাৰমাইণ্ড বুলি সন্দেহ।
কিছুমান লাইট উদ্ধাৰ হৈছে আৰু আৰু কিছুসংখ্যক আকৌ কৰায়ত্ত হ’ব বুলি আৰক্ষীয়ে জনাইছে।
বঙাইগাঁও পি পি থানাৰ এক বৃহৎ সফলতা ।