Biswanath Live

Biswanath Live Biswanath Live strives to provide citizens with daily information (including administrative and govt. Call/whatsapp - 9706906492 biswanathlive111

23/03/2026

বিশ্বনাথৰ পৰা বিজেপিৰ প্ৰৰ্থী পল্লৱ লোচন দাস,গহপুৰৰ পৰা উৎপল বৰা আৰু বিহালীৰ পৰা মুনীন্দ্ৰ দাস দেৱে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাত্ৰা কৰিলে।

wanathlive .

বিজেপিৰ প্ৰাৰ্থী তালিকা।
19/03/2026

বিজেপিৰ প্ৰাৰ্থী তালিকা।

27/02/2026

আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিশ্বনাথৰ ৰাইজে কি বিচাৰে?
ৰাইজৰ মতামত — Ground Report.

10/02/2026

১০ বছৰ | এক নেতৃত্ব | ৰূপান্তৰিত বিশ্বনাথ

বিগত ১০ বছৰত বিশ্বনাথত দেখা পোৱা উন্নয়ন কাকতালীয় নহয় — ই এক দৃঢ় নেতৃত্বৰ ফল।
মাননীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ দেৱৰ নেতৃত্বত ৰাস্তা-ঘাট, শিক্ষা, স্বাস্থ্য, ক্ৰীড়া —প্ৰতিটো ক্ষেত্ৰতেই আগবাঢ়িছে বিশ্বনাথ।
কথা নহয়, কামেই পৰিচয়।
এই ভিডিঅ’ত আছে উন্নয়নৰ বাস্তৱ চিত্ৰ।

👉 বিশ্বনাথ আগবাঢ়িছে।
👉 উন্নয়নৰ ধাৰা অবিৰত।

Biswanath Live |

21/01/2026

বিশ্বনাথ চাৰিআলি এখন উন্নয়নৰ দিশে আগবঢ়া নগৰ ।
আজি সন্ধিয়া মাননীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াই বিশ্বনাথ চাৰিআলিত চলি থকা বিভিন্ন উন্নয়নমূলক কামসমূহ পৰিদৰ্শন কৰে।
লগতে মাননীয় মন্ত্ৰী পিয়ুষ হাজৰিকা ডাঙৰীয়াক সাক্ষাৎ কৰে আৰু একেলগে বিহালী সমষ্টিৰ মাননীয় বিধায়ক দিগন্ত ঘাটোৱাল ডাঙৰীয়াৰ বাসগৃহলৈ গৈ তেওঁৰ পিতৃৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰে।
🔴 Biswanath Live

20/01/2026

আগন্তুক ২০২৬ বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে BJP দল।
বিশ্বনাথ সমষ্টিৰ বৰ্তমানৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ দলীয় টিকটক লৈ সম্পূৰ্ণ আশাবাদী।

“মই কোনো বেয়া কাম কৰা নাই, গতিকে ময়েই টিকট পাম” — এই দাবীৰ সৈতে ইতিমধ্যে তেখেতে দলীয় কৰ্মকৰ্তাসকলৰ সৈতে পোনপটীয়া মত-বিনিময় আৰম্ভ কৰিছে। লগতে, বিভিন্ন বুথলৈ গৈ দলীয় কৰ্মকৰ্তাসকলৰ সৈতে সংগঠনিক কাম-কাজ আৰম্ভ কৰা বুলি তেখেতে সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিছে।

ইয়াৰ উপৰিও, নিজৰ কাৰ্যকালত বিশ্বনাথত উল্লেখযোগ্য উন্নয়ন হৈছে বুলি উল্লেখ কৰি তেখেতে কয় যে মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি ষ্টেডিয়াম, ২৮ খন পকী দলং-ৰাস্তা আৰু ৰ’পৱে আদি প্ৰকল্পৰ কথা বিশ্বনাথবাসীয়ে ভালদৰে জানে।

🔴 Biswanath Live

Welcome to BISWANATH CHARIALI TOWN
28/12/2025

Welcome to BISWANATH CHARIALI TOWN

23/12/2025

৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন থলিৰ পৰা, ঢলাইবিল নাহৰবাৰীস্থিত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ কিছু বিশেষ মুহূৰ্ত।

Address

Biswanath Chariali
784176

Alerts

Be the first to know and let us send you an email when Biswanath Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Biswanath Live:

Share