14/04/2026
ঢোলৰ শব্দত কঁকাল ভাঙি... এইবাৰৰ বিহু এনেকৈয়ে উলাহেৰে পাৰ হওক! ৰঙালীৰ শুভেচ্ছা থাকিল। বিহুটি আদৰাৰ হেঁপাহেৰে... সকলোকে ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ। বিহুৰ ঢোলৰ শব্দই আপোনালোকৰ জীৱন আনন্দৰে ভৰাই তোলক।
Grooving to the beats of Bihu! Let the spirit of spring take over. Wishing everyone a vibrant and energetic Rongali Bihu! Welcoming the vibes of Rongali Bihu! May the rhythm of the Dhol bring endless joy and prosperity to your life. Happy Bohag Bihu to all!