Shipa "শিপা"

Shipa "শিপা" "শিপা" এখন অসমীয়া ছবি , অতি সিঘ্ৰে মুক্তিৰ পথত ,

25/07/2024
03/10/2020

"শিপা প্ৰডাকচন" ৰ নতুন পৰিকল্পনা আৰম্ভ কৰা হৈছে ।
শিঘ্ৰে কাম আৰম্ভ হব , আগ্ৰহী লোকে শিপা প্ৰডকচনৰ লগত যোগাযোগ কৰিব পাৰে।

25/09/2020

দখলাবাসী ৰাইজৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত "শিপা"ৰ শুভমুক্তি অনুস্থান সুকলমে অন্ত পৰে, সভাৰ অন্তত প্ৰজেক্টৰৰ সহায়ত "শিপা" ছবিখন ৰাইজৰ আগত প্ৰদৰ্শন কৰা হয় ,
ছবিখন আজি ইউটিউবত YouTube ত দিয়াৰ কথা আছিল যদিও কিছু অসুবিধাৰ বাবে অহাকলিৰ দিয়া হব ,

24/09/2020

জনপ্ৰিয় অভিনেতা জ্যোতি নাৰায়ন ছাৰৰ "শিপা"পৰিয়াললৈ মৰম আৰু শুভেচ্ছা
https://youtu.be/HDO_boo1SVM

24/09/2020

বিশিষ্ট সাংবাদিক স্নিগ্ধাশিখা ৰ "শিপা" পৰিয়াললৈ মৰম আৰু শুভেচ্ছা।

23/09/2020
23/09/2020

জনপ্ৰিয় অভিনেতা অসমীয়া ধাৰাবাহিক "দুটি মনৰ জোনাক"ত দুৰ্দান্ত অভিনয় কৰা প্ৰাণ (প্ৰদ্যুত বিকাশ দাস) ৰ "শিপা" পৰিয়াললৈ মৰম আৰু শুভেচ্ছা।

21/09/2020

জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ "শিপা" পৰিয়াললৈ মৰম আৰু শুভেচ্ছা,
চাবলৈ নাপাহৰিব ২৫ চেপ্তেম্বৰত "শিপা"

Address

Dakhala
Bijoynagar

Website

Alerts

Be the first to know and let us send you an email when Shipa "শিপা" posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Shipa "শিপা":

Share