Rainbow Dance creation

Rainbow Dance creation Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rainbow Dance creation, Arts and entertainment, Bihpuriagaon.

আমাৰ ৰেইনব' ডান্স ক্ৰিয়েচনৰ ছাত্ৰ ছাত্ৰী সকলে সঙ্গীত কানন লক্ষীমপুৰৰ  তত্বাৱধানত সুৰ ভাৰতী সংগীত কলা কেন্দ্ৰৰ  সৃজনীশীল ...
29/03/2024

আমাৰ ৰেইনব' ডান্স ক্ৰিয়েচনৰ ছাত্ৰ ছাত্ৰী সকলে সঙ্গীত কানন লক্ষীমপুৰৰ তত্বাৱধানত সুৰ ভাৰতী সংগীত কলা কেন্দ্ৰৰ সৃজনীশীল নৃত্যৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হয়🌸
Zenith Academy, Narayanpur সহায় খিনিৰ বাবে চিৰকৃতজ্ঞ হৈ ৰ'ম🙏🏻

27/11/2023

ৰাস পূৰ্ণিমাৰ উপলক্ষে ৰেইনব' ডান্স ক্ৰিয়েচনৰ ন শিকাৰু ছাত্ৰ ছাত্ৰী সকলে প্ৰথম বাৰৰ বাবে কৃষ্ণ নৃত্য ভাগ নাচিবলৈ চেষ্টা কৰিছে❤️ আৰ্শীবাদ আৰু মৰম দিব🙏
https://youtu.be/gUQhaxue9PQ?si=FB8TZ2-Y8x5n42-6

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক সুঁৱৰি তেখেতৰ কালজয়ী এটি গীতত আমাৰ Rainbow Dance Creation ৰ অকণমানি কেইজনীয়ে এটি নৃত্য...
17/01/2023

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক সুঁৱৰি তেখেতৰ কালজয়ী এটি গীতত আমাৰ Rainbow Dance Creation ৰ অকণমানি কেইজনীয়ে এটি নৃত্য কৰাৰ চেষ্টা কৰিছে।
আশা কৰো আপোনালোকে মৰম আৰু আৰ্শীবাদ দিব🙏🙏

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক সুঁৱৰি তেখেতৰ কালজয়ী এটি গীতত আমাৰ অকণমানি কেইজনীয়ে এটি নৃত্য কৰাৰ চেষ্টা কৰ...

Address

Bihpuriagaon
784164

Website

Alerts

Be the first to know and let us send you an email when Rainbow Dance creation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share