Bishal Deka art

Bishal Deka art all about creation

প্ৰকৃতিতেই সৃষ্টি প্ৰকৃতিতেই মৃত্যুএইয়ে মানব জীৱনৰ চিৰন্তন সত্যজন্মৰ পৰা মৃত্যুলৈকে থকা দীঘল পৰিক্ৰমাত মানুহে সুযোগ পাই ...
14/02/2024

প্ৰকৃতিতেই সৃষ্টি প্ৰকৃতিতেই মৃত্যু
এইয়ে মানব জীৱনৰ চিৰন্তন সত্য
জন্মৰ পৰা মৃত্যুলৈকে থকা দীঘল পৰিক্ৰমাত
মানুহে সুযোগ পাই বিভিন্ন অৱকাশৰ
কিছু সুখৰ কিছু হতাশাৰ
পৰুৱাৰ দৰে চটফটাই ঘুৰিফুৰে আমাৰ ভিতৰতে সপোন পিয়াসী আশা
কেতিয়াবা ওলাই আহে আৰু কেতিয়াবা মৰহি যায় শঙ্কাৰ ভাষাত
এই সপোন বোৰেই আমাক উৎসাহ দিয়ে আমাক দিয়ে জীয়াই থকাৰ প্ৰেৰণা
তমিস্রিত এই সপোন বোৰকেই সাৰথি কৰি আমি আগুৱাই যাব লাগিব
ন দিগন্তৰ অদৃশ্য ৰাস্তাত

Acrylic on canvas

I got the Lalit Kala Akademi scholarship (2022-23)Lalit Kala Akademi (New Delhi)North East Regional Centre (Agartala, Tr...
20/12/2023

I got the Lalit Kala Akademi scholarship (2022-23)
Lalit Kala Akademi (New Delhi)
North East Regional Centre (Agartala, Tripura)

I’m thankful to my respected teachers, parents, and all of you for provide your valuable guidance and support. 🙏🙏🙏

उम्र बढ़ती रहेगीसाल घटते रहेंगे  और होती रहेगी गुफ्तगूहैप्पी बर्थडे टु यूPortrait of Gulzar SahabAcrylic on Fallen Leaf
17/08/2023

उम्र बढ़ती रहेगी
साल घटते रहेंगे
और होती रहेगी गुफ्तगू
हैप्पी बर्थडे टु यू

Portrait of Gulzar Sahab
Acrylic on Fallen Leaf

৮৮তম্ জন্মদিনত ছাৰক শ্ৰদ্ধাৰে সোঁৱৰিছো…
01/06/2023

৮৮তম্ জন্মদিনত ছাৰক শ্ৰদ্ধাৰে সোঁৱৰিছো…

মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী যুগমীয়া কৰিবৰ উদ্দেশ্যৰে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত "মৰা চাউলখোৱা" নদীৰ ...
26/05/2023

মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী যুগমীয়া কৰিবৰ উদ্দেশ্যৰে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত "মৰা চাউলখোৱা" নদীৰ পাৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈ যোৱা "লাচিত বৰফুকনৰ স্থিৰ চিত্ৰ অংকনৰ প্ৰত্যক্ষ প্ৰদৰ্শন" অনুষ্ঠান টোৰ দায়িত্ব ভাৰ মই মূৰ পাটি লোৱাৰ সুযোগ পাইছিলো।
প্ৰায় ৬ ফুট দীঘল আৰু ৪ ফুট বহল ৰঙীণ প্ৰতিচ্ছবি খনৰ নিৰ্মাণ কাৰ্য্য ২৩ নৱেম্বৰ ২০২২ বুধবাৰৰ সন্ধিয়া ৬ বজাত তিনি শতাধিক অভিজ্ঞ প্ৰত্যক্ষদৰ্শীৰ সম্মুখত আৰম্ভ কৰিবলৈ পাই নিজকে ধন্য অনুভৱ কৰিছিলোঁ আৰু প্ৰত্যক্ষদৰ্শীৰ উৎসাহ আৰু সঁহাৰি দেখি উক্ত অনুষ্ঠান টোতে প্ৰতিচ্ছবি খন আঁকি সম্পূৰ্ণ কৰিবলৈ প্ৰয়াস কৰিছিলোঁ যদিওঁ কিছু সংখ্যক কাম অনুষ্ঠানটো হৈ যোৱাৰ পিছত সম্পূৰ্ণ কৰাৰ সুযোগ পাও।
বৰপেটা জিলা উপায়ুক্ত শ্ৰী আয়ুষ গৰ্গ মহোদয়ে জানিব দিয়ামতে মহাবীৰ জনাৰ এই ছবি খন বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয় প্ৰেক্ষাগৃহত সংৰক্ষণ কৰি ৰখা হব।
মহাবীৰ জনাক অংকণ কৰিবলৈ কৰা এই প্ৰয়াসত যদি অজানিতে কিবা ভুলক্ৰুটি হৈছে আঙুলিয়াই দি মাৰ্জনা কৰিব বুলি আশা ৰাখিলোঁ ।

Special Thanks To
Shiri Ayush Garg Sir IAS Deputy Commissioner Barpeta
Lakhimi Dutta ma'am ACS ADC Barpeta
Khanindra Das Sir ACS ADC Barpeta
Nikunja Das dada
CMO Assam
Himanta Biswa Sarma

26/05/2023

মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী যুগমীয়া কৰিবৰ উদ্দেশ্যৰে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত "মৰা চাউলখোৱা" নদীৰ পাৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈ যোৱা "লাচিত বৰফুকনৰ স্থিৰ চিত্ৰ অংকনৰ প্ৰত্যক্ষ প্ৰদৰ্শন" অনুষ্ঠান টোৰ দায়িত্ব ভাৰ মই মূৰ পাটি লোৱাৰ সুযোগ পাইছিলো।
প্ৰায় ৬ ফুট দীঘল আৰু ৪ ফুট বহল ৰঙীণ প্ৰতিচ্ছবি খনৰ নিৰ্মাণ কাৰ্য্য ২৩ নৱেম্বৰ ২০২২ বুধবাৰৰ সন্ধিয়া ৬ বজাত তিনি শতাধিক অভিজ্ঞ প্ৰত্যক্ষদৰ্শীৰ সম্মুখত আৰম্ভ কৰিবলৈ পাই নিজকে ধন্য অনুভৱ কৰিছিলোঁ আৰু প্ৰত্যক্ষদৰ্শীৰ উৎসাহ আৰু সঁহাৰি দেখি উক্ত অনুষ্ঠান টোতে প্ৰতিচ্ছবি খন আঁকি সম্পূৰ্ণ কৰিবলৈ প্ৰয়াস কৰিছিলোঁ যদিওঁ কিছু সংখ্যক কাম অনুষ্ঠানটো হৈ যোৱাৰ পিছত সম্পূৰ্ণ কৰাৰ সুযোগ পাও।
বৰপেটা জিলা উপায়ুক্ত শ্ৰী আয়ুষ গৰ্গ মহোদয়ে জানিব দিয়ামতে মহাবীৰ জনাৰ এই ছবি খন বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয় প্ৰেক্ষাগৃহত সংৰক্ষণ কৰি ৰখা হব।
মহাবীৰ জনাক অংকণ কৰিবলৈ কৰা এই প্ৰয়াসত যদি অজানিতে কিবা ভুলক্ৰুটি হৈছে আঙুলিয়াই দি মাৰ্জনা কৰিব বুলি আশা ৰাখিলোঁ। 🙏🙏🙏

Special Thanks To
Aayush Garg sir IAS Deputy Commissioner Barpeta. DC Barpeta
Lakhimi Dutta ma'am ACS ADC Barpeta.
Khanindra Das Sir ACS ADC Barpeta.
Nikunja Das dada.

CMO Assam
Himanta Biswa Sarma

✍️  Goswami sir..অসমীয়া মানুহৰ স্মৃতিশক্তি বৰ  দুৰ্বল। আজি প্ৰথিতযশা সাহিত্যিক- সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুৰ দুবছৰ হ...
12/05/2023

✍️ Goswami sir..

অসমীয়া মানুহৰ স্মৃতিশক্তি বৰ দুৰ্বল। আজি প্ৰথিতযশা সাহিত্যিক- সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুৰ দুবছৰ হল। কতো এটা অনুষ্ঠান নাই, কতো এটা স্মৃতিচাৰণ নাই, কতো হোমেন বৰগোহাঞিৰ সাহিত্যকৃতী বা কৰ্মৰাজিক লৈ আলোচনা এটা নাই। আজিৰ পৰা বৰগোহাঞিৰ জন্মস্হান ঢকুৱাখনাত ফাটবিহু আৰম্ভ হৈছে। বৰগোহাঞি জীৱিত কালত ঘনিষ্ঠ ভাৱে চাৰিকৰিয়া নৈৰ পাৰৰ অনুষ্ঠানটোৰ সৈতে জড়িত আছিল, আজি তেওঁলোকেও মনত নেপেলালে সাহিত্যিকগৰাকীক। অৱশ্যে এইমুহূৰ্তত উদ্যোক্তাসকল ব্যস্ত অভ্যাগত নেতা-মন্ত্ৰীসকলক লৈ।
হেঙেৰাবাৰীৰ হাউছিং কলনীৰ ঘৰটো পৰিত্যক্ত হৈ পৰি আছে, জনপ্ৰানী এটা নাই। বৰগোহাঞিৰ মৃত্যুৰ লগে লগে বহুতে বহু প্ৰতিশ্ৰুতি দিছিল, একোৱেই নহল। বৰগোহাঞিক দীৰ্ঘ দিনে আলপৈচান ধৰা দীপক কুৰ্মীয়ে আজি তেখেতৰ ছবি এখনত মালা এডাল দি ধূপ এডাল জ্বলাইছে।
খন্তেকীয়া আবেগেই অসমীয়াৰ সকলো। দুবছৰতে সেই হোমেন বৰগোহাঞিও বিস্মৃতিৰ অটল গৰ্ভত হেৰাই গল।

Medium- Acrylic on Leaf
Tribute to হোমেন বৰগোহাঞি sir 🙏🙏🙏…

In Art, man reveals himself and not his objects.Tribute to Tagore Medium- Acrylic on Leaf.
11/05/2023

In Art, man reveals himself
and not his objects.

Tribute to Tagore
Medium- Acrylic on Leaf.

A singer, composer, song writer, music director and especially a positive women who always spreading her immense positiv...
10/04/2023

A singer, composer, song writer, music director and especially a positive women who always spreading her immense positivity for us.

This small piece of leaf art for you Tarali Baa..

Medium- Acrylic on Leaf
Tarali Sarma

Address

Barpeta

Telephone

+919365084492

Website

Alerts

Be the first to know and let us send you an email when Bishal Deka art posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Bishal Deka art:

Share

Category