NTment

NTment This page will publish entertainment related contents and facts.

22/11/2025

অহা ৬ তাৰিখত অনুষ্ঠিত হব বৰপেটাৰ কলগাছিয়াৰ বৃহৎ উপহাৰ কুপনৰ খেল।

14/11/2025

হাউলিত চলি আছে বৃহৎ উপহাৰ কুপনৰ খেল।

12/11/2025

হাউলীৰ কুপন খেলৰ কাৰণে যোগাযোগ কৰক

28/09/2023

আপোনালোকে ভিক্ষাৰী আৰু পকেটমাৰক হজত নপঠিয়াব।
গ্ৰেপ্তাৰ হোৱা ভিক্ষাৰীসকলৰ ভিতৰত ৯০ শতাংশই। পাকিস্তানৰ
চৌদিৰ কাৰাগাৰ পাকিস্তানী বন্দীৰে ভৰপূৰ।
পাকিস্তান চৰকাৰক চৌদি আৰবৰ সকীয়নী।

28/09/2023

জৱান তাৰকা বিজয় ছেথুপতিৰ কৃথি শেট্টীক ৰোমাঞ্চ কৰিবলৈ অস্বীকাৰ।
যাৰ কাৰণে আপুনি অভিনেতা-গৰাকীক অধিক সন্মান কৰিবলৈ বাধ্য হ'ব।

25/02/2023

“আৰু কেতিয়াও কাৰো সৈতে বিয়াত নবহো “
শেহতীয়াকৈ প্ৰতিজ্ঞা কৰিলে ৰাখী সাৱন্তে

24/02/2023

পবিত্ৰ মক্কা শ্বৰীফক বদনাম কৰা সকলক কিন্তু সৃষ্টিকৰ্তা আল্লাহ তালাই ক্ষমা নকৰে।

05/02/2023

CRPF জোৱানৰ প্ৰেমত প্ৰতাৰণাৰ চিকাৰ হ'ল এগৰাকী অসহায় যুৱতী।

03/02/2023

সুন্দৰ কোৰান তিলাৱত

02/02/2023

গাখীৰ কিনাৰ আগতে শতবাৰ ভাবক
গাখীৰ পাককৰণত ওলাল ৰবৰ/প্লাষ্টিকৰ দৰে টান পদাৰ্থ

31/01/2023

🔴নামাজ পঢ়াৰ সময়তো মায়ে মাত দিলে সঁহাৰি দিবা।
🔴কাৰণ নামাজৰ উৰ্দ্ধত মাতৃ।
🔴পিতৃ-মাতৃৰ উৰ্দ্ধত কোনো নাই।
🔴ইছলাম ধৰ্মৰ এইয়া আদৰ্শ।

27/01/2023

এগৰাকী মহাশচাৰীয়ে অন্তৰীক্ষতেই পালন কৰিব ৰমজান মাহ।

Address

Barpeta

Telephone

+919365184020

Website

Alerts

Be the first to know and let us send you an email when NTment posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to NTment:

Share

Category