16/06/2025
স্বভিমান
********
অসীমত হেৰাই যোৱা সেই ক্ষণ
জনোচা উভতাই আনিব পাৰি..
ই দুঃস্বপ্ন নহয় জানো...?
কি হ'ব কাৰ অদূৰ ভৱিhষ্যত
কোনেনো সেয়া জানিব
ই কল্পনা নহয় জানো...?
জীৱনত কি পালোঁ কি নাপালোঁ
তাকে লৈ হাঁহি মৰহি যোৱাটো
জনোচা অতি চিন্তা নহ'ব..?
জটিল সংসাৰৰ মায়াৰ ছল চাই
বাস্তৱতাক আওকাণ কৰা
জানো বুদ্ধিমানৰ কাম...?
✍️আছৰি