NE Time24×7digital

NE Time24×7digital নিৰপক্ষ বাতৰি পোৱাৰ বাবে আমাৰ পেজ ফলো কৰি ৰাখক

13/08/2026

ড্ৰাগছ সেৱন কৰা লোকৰ জানাজা নহ'ব আৰু ৰাজহুৱা কবৰস্থানত দাফোন কৰিব নিদিয়ে।

08/08/2026

চেঙাৰ বাঘমাৰা চৰত জুইৰ সূত্ৰপাতৰ কাৰনে
৪ টা গো ধন আৰু ৪ টা ভেৰা ছাগলীৰ মৃত্যু হয়,
অৱশ্যে জুইৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা নাই।
গাঁও বাসীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও পশুধন বোৰ জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল।

07/08/2026

📌বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাতনাপাইতি গাঁৱত এগৰাকী বোৱাৰীক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই অহাৰ এক জঘন্য ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি কৰিছে।

07/08/2026

📌CLF কমিটীৰ সভানেত্ৰী পদৰ নিৰ্বাচনত আকলিমা খাতুনে সদস্যসকলৰ ভোটৰ জৰিয়তে দহটা ভোটৰ ব্যৱধানত জয়লাভ কৰি তেওঁ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়।

04/08/2026

উজনিৰ বানাক্ৰান্ত লোকক ১ লাখ টকাৰ সাহাৰ্য্য কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ।

03/08/2026

কাৰ ভুলৰ বাবে আজি নবাগত শিমলীতোলা ইপাৰ–সিপাৰ পাৰঘাটৰ এই সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে সাধাৰণ জনতাই?
ইয়াৰ বাবে প্ৰকৃততে দায়ী কোন? সংশ্লিষ্ট বিভাগ ,নে আন কোনো পক্ষ?
আপোনাৰ মতামত কি? যুক্তিসহ কমেণ্ট কৰি জনাওক। সকলোৰে মতামতক সন্মান জনাওঁ, গতিকে শালীন ভাষা ব্যৱহাৰ কৰক।

03/08/2026

শিমলীতোলা পাৰঘাটৰ লেচি নুৰ ইছলামৰ স্পষ্টকৰন

02/08/2026

গোৱালপাৰাত মুছলমান সম্প্ৰদায়ৰ যুৱকে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম।কৃষ্ণাই জ্যোতিনগৰৰ যুৱক হাফিজুল ইছলামে আইনী প্ৰক্ৰিয়াৰে নাম সলনি কৰি হ'ল হিতেশ দাস।

02/08/2026

কি হৈছিল ? আচলে নবাগত শিমলীতোলা ইপাৰ সিপাৰ পাৰঘাটৰ নিবিদা দিয়া ঘটনা লৈ উত্তপ্ত পৰিস্থিতি

02/08/2026

নবাগত শিমলীতোলা ইপাৰ সিপাৰ পাৰঘাটৰ নিবিদা দিয়া ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।

Address

Baghmara Char Bazar, Barpeta Road
Barpeta Road
781127

Alerts

Be the first to know and let us send you an email when NE Time24×7digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share