Axomia Geet

Axomia Geet promote your music, Video

❤️❤️
25/07/2022

❤️❤️

সচাঁই  জীৱনৰ কোনো ভৰষা নাই ! আমাক সকলোকে কন্দুৱাই পৃথিৱীৰ পৰা চিৰকালৰ বাবে গুচি গʼল কিশোৰ দাস ! তেওঁৰ আত্মাৰ চিৰশান্তি ল...
02/07/2022

সচাঁই জীৱনৰ কোনো ভৰষা নাই ! আমাক সকলোকে কন্দুৱাই পৃথিৱীৰ পৰা চিৰকালৰ বাবে গুচি গʼল কিশোৰ দাস ! তেওঁৰ আত্মাৰ চিৰশান্তি লাভ কৰক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ !!!

22/06/2022

Nitul Dadhara

12/06/2022

Nancy phukon & meerdeep

11/06/2022

Aitu ako kor pora ahil

11/06/2022

জুবীন আৰু পাপন একেলগে

11/06/2022

Nancy phukon

10/06/2022

"হ'ব দে বোপাই যেনে-তেনে পাছ কৰাকলৈ মই দুখ কৰা নাই "
কবি: দাদুল দেৱকৃষ্ণ
এবাৰ শুনিব চোন লগতে #শ্বেয়াৰ কৰি সকলোকে এই কথা জনাওঁক ।

কেৱল ভাল ফলাফল কৰা সকলক গুৰুত্ব দি বাকি স্থান লাভ নকৰা বা দ্বিতীয়,তৃতীয় স্থান লাভ কৰা সকলক কেতিয়াওঁ অৱহেলা নকৰিব ।
দেশ গঢ়াত তেওঁলোকৰ বহুত বেচি অৱদান আছে ।

ভিডিঅ উৎস : প্ৰতিবিম্ব Live

10/06/2022

" মনৰ ধনী'হে আঁচল ধনী " কথাষাৰ'ৰ এক জ্বলন্ত উদাহৰণ এই ছোৱালী গৰাকী। ধন্যবাদ Dimpu Baruah দা গাঁৱৰ সহজ সৰল প্ৰতিচ্ছবি খন দাঙি ধৰা বাবে। ❤️

Address

Amguri
785681

Alerts

Be the first to know and let us send you an email when Axomia Geet posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Axomia Geet:

Share