DK entertainment

Call Contact the establishment

DK entertainment Nothing to say. just for fun

04/09/2025
ল’ৰাবোৰ যেতিয়া ডাঙৰ হয়                                                       (১)                                        ...
24/03/2025

ল’ৰাবোৰ যেতিয়া ডাঙৰ হয়
(১)
আপোনমনে বাইক চলাই সি ঘৰলৈ গৈ আছিল ৷ বাইক এখন ভুৰুংকৈ কাষেৰেই পাৰ হৈ গ’ল । আহ্‌...এনেকৈ কোবত চলাবলৈ এৰা কিমান দিন হ’ল ! এতিয়া বাইক চলাই যাওঁতে পদূলিমুখত এৰি থৈ অহা মানুহহাললৈ তাৰ মনত পৰে । নজনাকৈয়ে এক্সেলেটৰত হাতৰ মুঠি ঢিলা হৈ আহে ৷
ল’ৰাটো এতিয়া ডাঙৰ হ’ল ৷
(২)
ৰেকৰপৰা ব্ৰেণ্ডেড্‌ চাৰ্টটো লৈ ল’ৰাটোৱে এবাৰ ষ্টিকাৰটো চালে ৷ দামটো অলপ বেছি ৷ হ’লেও ল’ব পাৰি ৷ হাতত লৈও কিবা ভাবি সি চাৰ্টটো আকৌ আগৰ ঠাইত থৈ একে দামতে আন দুটা চাৰ্ট ল’লে ৷ "চখবোৰ দেউতাকৰ টকাৰেহে পূৰাব পাৰি, নিজৰ টকাৰে মাথোঁ প্ৰয়োজনহে পূৰ হয়" দেউতাকে তাক সৰুতে কোৱা কথাষাৰ মনলৈ আহিল ৷ অনুভৱ কৰিলে হঠাতে যেন সি বহুত ডাঙৰ হৈ গ’ল ৷
(৩)
শনিবাৰে সন্ধিয়া নিউভিল পথত বহুত ভীৰ হয়। বাইকখন একাষে ৰাখি মাকে লিখি দি পঠিওৱা বজাৰৰ লিষ্টখন চালে ৷ চিঞৰ-বাখৰ, হূলস্থূলৰ মাজেৰে হাতত মোনাটো লৈ বজাৰৰপৰা ওলাই আহোঁতেই তাৰ মনলৈ আহিল, "স্কুলৰ কিতাপৰ বেগটো দেখোন ইয়াতকৈ বহুত পাতল আছিল ৷
...মাক-দেউতাকে সৰু বুলি ভাবি থকা ল’ৰাটো এনেকৈয়ে ডাঙৰ হৈ গ’ল ৷

Address

North Lakhimpur

Telephone

+18136075768

Website

Alerts

Be the first to know and let us send you an email when DK entertainment posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to DK entertainment:

Shortcuts

Share