TRUTH BARTA

TRUTH BARTA Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from TRUTH BARTA, Tezpur.
(1)

Truth Barta — অসমৰ সত্যৰ কণ্ঠস্বৰ। তথ্যভিত্তিক, নিৰপেক্ষ আৰু সাহসী সাংবাদিকতাৰে সত্য প্ৰকাশ, জনসাধাৰণৰ স্বাৰ্থ, ন্যায় আৰু স্বচ্ছতাৰ প্ৰতিশ্ৰুতিত গাঁওৰ পৰা চৰকাৰলৈ— সকলো কথা জনাবলৈ আমি সদা সজাগ। কাৰণ সত্য কোনো মতামত নহয়, ই এক দায়িত্ব। জয় আই অসম। 🇮🇳

22/06/2026

👉🏻অভিযোগ প্ৰতি অভিযোগেৰে উত্তাল বিহামপুৰ ছোৱালী মধ্য/উচ্চ ইংৰাজী বিদ্যালয়।
👉🏻প্ৰসংগ:নলবাৰীৰ বিহামপুৰ ছোৱালী মধ্য/উচ্চ ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক অৰবিন্দ দত্তই ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ৷

22/06/2026

ডাক বিভাগৰ কৰ্মচাৰীৰ বিভিন্ন সমস্যাক লৈ ভাৰতীয় ডাক কৰ্মচাৰী মহাসংঘ অসম প্ৰদেশৰ সংবাদ মেল।

#সত্যবাৰ্তা #অসমবাৰ্তা #দৈনিকখবৰ #অসমীয়াবাতৰি TRUTH BARTA Truth barta NE

21/06/2026

বিষ্ণু প্ৰসাদ ৰাভাৰ জন্মজয়ন্তীৰ নামত কি চলিছে ডবকা ৰাজিৱ ভৱনত।

20/06/2026

মৰাভৰলী নদীত ২ কিশোৰীৰ সলিল সমাধি।

TRUTH BARTA @

20/06/2026

লিংগৰ দৈৰ্ঘ্য, পৰিধি আৰু বিকৃতি সম্পৰ্কীয় সমস্যাত ভুগি আছে নেকি আপুনি।
যোগাযোগ কৰক 6000014024/6901954801

#অসমীয়াবাতৰি #সত্যবাৰ্তা #অসমবাৰ্তা #দৈনিকখবৰ TRUTH BARTA Truth barta NE Highlight ⊕

19/06/2026

👉🏻শিক্ষক অৰবিন্দ দত্তৰ বিৰুদ্ধে ছাত্ৰীক নিৰ্যাতৰ অভিযোগ।
👉🏻বিহামপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অৰবিন্দ দত্তৰ কু-কাণ্ড।

#সত্যবাৰ্তা #দৈনিকখবৰ #অসমবাৰ্তা #অসমীয়াবাতৰি TRUTH BARTA Truth barta NE

19/06/2026

👉🏻বিহামপুৰ ছোৱালী মধ্য/ উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক অৰবিন্দ দত্তৰ বিৰুদ্ধে ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ।
👉🏻বৰ্তমানে উত্তপ্ত পৰিস্থিতি বিদ্যালয় খনত
👉🏻 পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ চেষ্টা অব্যাহত।

#সত্যবাৰ্তা #দৈনিকখবৰ #অসমবাৰ্তা #অসমীয়াবাতৰি TRUTH BARTA Highlight ⊕ Truth barta NE

19/06/2026

যোগাযোগ কৰক 7896827571

#অসমীয়াবাতৰি #দৈনিকখবৰ #সত্যবাৰ্তা #অসমবাৰ্তা TRUTH BARTA Truth barta NE

18/06/2026

আজি বিদ্যালয় সমূহৰ পি এম পোষণ,অসম সম্প্ৰীতি ভোজন সপ্তাহৰ চতুৰ্থটো দিন ।

নলবাৰী জিলাৰ পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত বৰাখাট প্ৰাথমিক বিদ্যালয়ত পুষ্টিকৰ খাদ্য সামগ্ৰী প্ৰদান কৰিলে স্থানীয় কেইবাগৰাকীও সচেতন মহিলাই।

18/06/2026

বালিপাৰা শিক্ষাখণ্ডৰ কস্তৰভা প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ বিসংগতি।

#অসমীয়াবাতৰি #দৈনিকখবৰ #সত্যবাৰ্তা #অসমবাৰ্তা TRUTH BARTA Highlight ⊕

Address

Tezpur
784001

Alerts

Be the first to know and let us send you an email when TRUTH BARTA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to TRUTH BARTA:

Share