Abubakkar Siddik

Abubakkar Siddik 𝐀.𝐆𝐞𝐧𝐞𝐫𝐚𝐥 𝐒𝐞𝐜𝐫𝐞𝐭𝐚𝐫𝐲 𝐍𝐄𝐌𝐒𝐔 𝐂𝐞𝐧𝐭𝐫𝐚𝐥 𝐂𝐨𝐦𝐦𝐢𝐭𝐭𝐞𝐞.
𝐎𝐰𝐧𝐞𝐫 𝐎𝐟 𝐌𝐚𝐭𝐫𝐢𝐛𝐡𝐮𝐦𝐢 𝐍𝐞𝐰𝐬 𝐀𝐱𝐨𝐦.
𝐌𝐨𝐭𝐢𝐯𝐚𝐭𝐢𝐨𝐧𝐚𝐥 𝐒𝐩𝐞𝐚𝐤𝐞𝐫.

05/06/2026

ঢেকীয়াজুলিৰ শংকৰ-আজান মহাবিদ্যালয়ৰ আজি প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগতে বিশ্ব পৰিৱেশ দিৱসত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকোঁ।।

05/06/2026

#সুপ্ৰভাত.......
আজিৰ দিনটোত অন্ততঃ এটা হ’লেও গছপুলি ৰোপণ কৰক।

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক  #অখিল_গগৈ ডাঙৰীয়াৰ মাতৃ  #প্ৰিয়দা_গগৈ ডাঙৰীয়ানীৰ গুৱাহাটী চিকিৎসা মহাবি...
03/06/2026

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক #অখিল_গগৈ ডাঙৰীয়াৰ মাতৃ #প্ৰিয়দা_গগৈ ডাঙৰীয়ানীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰাতিপুৱা ৬-২০ বজাত মৃত্যু হয়। তেখেতৰ আত্মাৰ সদগতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।।🙏

কলেজীয়া জীৱনৰ সোণালী দিনবোৰ।
02/06/2026

কলেজীয়া জীৱনৰ সোণালী দিনবোৰ।

হাৰ মনাটো জীৱন নহয়, আশাৰে পুনৰ থিয় হোৱাটোহে আচল জীৱন।
01/06/2026

হাৰ মনাটো জীৱন নহয়, আশাৰে পুনৰ থিয় হোৱাটোহে আচল জীৱন।

30/05/2026

শোণিতপুৰ জিলাৰ অন্তৰ্গত চিৰাজুলিৰ বিখ্যাত লিচু।

সময়বোৰ দেখোন বতাহৰ দৰে উৰি গুচি যায়, ৰৈ যায় মাথোঁ কিছুমান ভাল লগা পল।
30/05/2026

সময়বোৰ দেখোন বতাহৰ দৰে উৰি গুচি যায়, ৰৈ যায় মাথোঁ কিছুমান ভাল লগা পল।

ফটো তুলি থকা অৱস্থাত বাটত হঠাতে দেখা পালোঁ জীৱনৰ পথ প্ৰদৰ্শকক!       য'তেই নেদেখো কিয়, শিক্ষক সদায় শ্ৰদ্ধাৰ যোগ্য 🙏
29/05/2026

ফটো তুলি থকা অৱস্থাত বাটত হঠাতে দেখা পালোঁ জীৱনৰ পথ প্ৰদৰ্শকক!
য'তেই নেদেখো কিয়, শিক্ষক সদায় শ্ৰদ্ধাৰ যোগ্য 🙏

Address

Dhekiajuli
Dhekiajuli
784117

Website

Alerts

Be the first to know and let us send you an email when Abubakkar Siddik posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share