MR DEBA

MR DEBA BJP Supporter

13/01/2026
01/01/2026

ৰাজ্যৰ ৩৭ লাখৰো অধিক মাতৃ-ভগ্নীৰ বাবে এটা বৰ ভাল খবৰ দিব বিচাৰিছোঁ৷

অহা ২০ ফেব্ৰুৱাৰীত অৰুণোদয়ৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে অৰুণোদয়ৰ ধন ৮,০০০ টকাকৈ আগতীয়াকৈ ব’হাগ বিহু উপহাৰ হিচাপে লাভ কৰিব। জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয়ৰ ধন ৫,০০০ টকা আৰু বিশেষ বিহু উপহাৰ হিচাপে ৩,০০০ টকা লাভ কৰিব।

আমি দিয়া আন এটা প্ৰতিশ্ৰুতিৰ পূৰ্ণতা প্ৰদান কৰি আহ্লাদিত হ'লোঁ৷

A big news for over 37 lakh mothers and sisters of Assam.

On February 20, all beneficiaries will get an advance Bohag Bihu gift of ₹8,000 to boost their livelihoods.

₹5,000 for Orunodoi from Jan-April and a special ₹3,000 Bihu gift.

Another promise fulfilled.

03/12/2025
16/10/2025

আমাৰ প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোণাপুৰৰ অন্তিম সংস্কাৰস্থলীত ৰাজ্য চৰকাৰে সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰিব৷ আজি অনুষ্ঠিত অসম কেবিনেটত বৰেণ্য অসম সন্তানগৰাকীৰ স্থায়ী সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ কৰা হয়৷ এই উদ্দেশ্য কেইবাগৰাকীও সদস্যৰ দ্বাৰা এখন সমিতি গঠন কৰা হ'ব, যিসকলৰ পৰামৰ্শ অনুসৰি বিভাগে সমাধি ক্ষেত্ৰভাগ নিৰ্মাণ কৰিব৷

16/10/2025

11/10/2025

যোৱা কেইবছৰত আমি প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে আমাৰ বিদ্যাৰ্থীসকলক উচ্চ শিক্ষা গ্ৰহণ কৰাত সহায় কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছোঁ। ইয়াৰ অন্যতম হৈছে মহাবিদ্যালয়ত সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তি। ইতিমধ্যে আমি ইয়াৰ বাবে ১,০০০ কোটি টকাৰো অধিক ব্যয় কৰিছোঁ আৰু এই বছৰ ১২৬ কোটি টকা ব্যয়ৰ লক্ষ্য নির্ধাৰণ কৰিছোঁ।

Over the last few years, we have taken a major initiative to support our students in pursuing higher education through the Pragyan Bharati scheme where admission in colleges is absolutely FREE OF COST.

We have spent over ₹1,000cr on it and will spend ₹126cr this year.

30/06/2025
01/05/2025

Address

Sorbhog
781317

Website

Alerts

Be the first to know and let us send you an email when MR DEBA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share