The Assamese Tabla Boy

The Assamese Tabla Boy The page is only for cover song and music

❤️💐
25/11/2025

❤️💐

তুমি  বৰষুণৰ দৰেমোৰ উকা আকাশতৰামধেনু আঁকি দিয়া  ।
12/11/2025

তুমি  বৰষুণৰ দৰে
মোৰ উকা আকাশত
ৰামধেনু আঁকি দিয়া ।

১৯-০৯-২০২৫অসম সম্পদ, অসমৰ জাতীয় জীৱনৰ এক সম্পদ। যাৰ ন...
19/09/2025

১৯-০৯-২০২৫অসম সম্পদ, অসমৰ জাতীয় জীৱনৰ এক সম্পদ। যাৰ নামে পৰিচয় জুবিন গাৰ্গ। কৈ শেষ কৰিব নোৱাৰা এক অধ্যায়। আজীৱন ঋগৃহৈ থাকিব অসমীয়া আপোনাৰ ওচৰত। সকলোৱে কয় ভূপেন দাৰ পিছত জুবিন দা। কিন্তু জুবিন দাৰ পিছত কোন? য'তে আছে কুশলে থাকক। পাৰিলে এদিন ঘূৰি আহিব স্বাভিমানী অসমীয়াৰ বুকুৰ মাজলৈ

❤️💐
11/09/2025

❤️💐

😁💐
09/09/2025

😁💐

02/07/2025
নীলা চিয়াহীৰ টোপালেৰে আকিছো এতিয়া অনুভৱবোৰক কোনোৱা অশ্বৰোহী গোপন হৃদয়ৰ দস্তাবেজত আকিছো সমস্ত ভালপোৱাৰ বৰষুণজাকক সেই গোপন...
04/04/2025

নীলা চিয়াহীৰ টোপালেৰে
আকিছো এতিয়া অনুভৱবোৰক 
কোনোৱা অশ্বৰোহী গোপন হৃদয়ৰ দস্তাবেজত
আকিছো সমস্ত ভালপোৱাৰ বৰষুণজাকক 
সেই গোপন ডায়েৰিৰ 
আধৰুৱা উকা পৃষ্ঠাৰ দলিচাত 
অমাৱশ্যাৰ সেই এন্ধাৰ নিশাৰ 
এন্ধাৰেৰে ধূসৰিত পোহৰৰ
আলোকৰ নিগ্ধপোহৰেৰে 
বিষিপ্ত জোনাকীত বিলাইছো এতিয়া নিজক 
আৰু সেই যে ফিৰ্-ফিৰিয়া 
পচোৱা বতাহজাক ত 
আকিছো সমস্ত সুখৰ দলিচাৰ দাপোনখন ।।

Holi Holi Holi 😅😅😅
14/03/2025

Holi Holi Holi 😅😅😅

🥰☺️
13/03/2025

🥰☺️

Address

Rangia

Telephone

+918724816522

Website

Alerts

Be the first to know and let us send you an email when The Assamese Tabla Boy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to The Assamese Tabla Boy:

Share