30/12/2025
আজি অসম খনত যেনেকুৱা পৰিৱেশ দেখা গৈছে, ইয়াত দোষী কোন
চৰকাৰ খনৰ দুখ নে সাধাৰণ মানুহৰ !
আমাৰ জুবিন দা এ ন্যায় পাব জানো??
আৰ্থিক অৱস্থা এয়াহে, ওপৰিও কাৰ্বি সকলৰ ওপৰত এনেকুৱা যন্ত্ৰণা..
আগতে বাংলাদেশী মিয়া আছিল, এতিয়া খিলঞ্জীয়া মুছলমান সকলৰ ওপৰত বদনাম..
অসম খনৰ সংস্কৃত আজি কাৰ মনত আছে,
এটা কথাই কম অসম মাৰোৱাৰী বিহাৰী সকলৰ নহয়, অসম খন আমাৰ খিলঞ্জীয়া অসমীয়া মানুহৰ হয়,
চকু মেলি চালে দেখা পাব,