06/07/2026
শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ অহা নবেম্বৰ মাহৰ ১২,১৩ তাৰিখে মাত্ৰ দুটি নিশাৰ কাৰ্য্যসূচীৰে চিলিং মিলন মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত নাট প্ৰদৰ্শন কৰিব অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল বৰদৈছিলা থিয়েটাৰ....
সমূহ নাট্যপ্ৰেমী ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলো....🙏🙏