Local adda

Local adda আমি হাঁহিম , আমি জিকিম।। 🌻

23/06/2026

বিয়াৰ দিনা যদি কোনোবাই
বাৰীৰ পিছফালৰ পৰা ওলাই আহি জপিয়াইছে,
জানিবা সি ফিটিং ।

মনত পৰে আপোনালৈ...
23/06/2026

মনত পৰে আপোনালৈ...

23/06/2026

তুমি যিমানেই বোৱাৰী lover নোহোৱা,
মামাক টক্কৰ দিয়া কোনো নাই।

22/06/2026

হয়দত্ত আৰু হয়গ্ৰীৱৰ ভয়ানক যুদ্ধ💥💥
অভিজিৎ বাসুদেৱ দা আৰু মৰমৰ প্ৰনৱ দা।
কণ্ঠ - পাৰ্থ ভকতীয়া দাদা

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ জনপ্ৰিয় এই মানুহজনক চিনি পাই নে?
22/06/2026

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ জনপ্ৰিয় এই মানুহজনক চিনি পাই নে?

প্ৰতিভা 😂😂
19/06/2026

প্ৰতিভা 😂😂

19/06/2026

অসমখন সেউজীয়া কৰিব বিচৰা গছবোৰ, বেঙুণীয়া কৰিব বিচৰা গৰুবোৰে খাই শেষ কৰিব বিচাৰিছিল। গৰুবোৰে বুজি পোৱা নাছিল, সেউজীয়া গছবোৰৰ অবিহনে গৰুবোৰ জীয়াই থকা সম্ভৱ নহয়

17/06/2026

নতুন দলং বনাওঁতে সৰু ল'ৰা ছোৱালীৰ মূৰ দিব লাগিছিল বুলি বিশ্বাস কৰা যুগৰ মানুহ আছিলোঁ আমি। 😂

কি কম 🤣
16/06/2026

কি কম 🤣

Address

Mumbai

Website

Alerts

Be the first to know and let us send you an email when Local adda posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Local adda:

Share