MANTU ASSAM

MANTU ASSAM Joined 01 May 1920
Facebook
Twitter
Insragram
website
https://www.youtube.com/channel/UCoUKqH

প্ৰথমে Pageৰ সমূহ সদস্যলৈ আন্তৰিক মৰম তথা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।এই pageটোত জাতি ধৰ্ম ,বৰ্ন নিবিশেষে আমি বিভিন্ন ঠাইৰ মানুহ একত্ৰিত হৈ এটি পৰিয়ালৰ দৰে লগ হৈ থকাৰ উদ্দেশ্যৰে এই pageতো গঠন কৰা হৈছে।এই pageতোৰ জৰিয়তে আমি সকলোৱে আমাৰ সমাজ খনক ভাল বাৰ্তা দিয়াৰ লগতে হাঁহি ধেমালি কৰি যাম বুলি ভাবিছোঁ। আশা কৰো আপোনালোকে আমাৰ এই উদ্দেশ্যেৰ প্ৰতি সহাৰি জনাই আমাৰ pageটো সুচাৰুৰূপে চলাই নিয়াত সহায় কৰিব। এইখিনি

তে আমি আপোনালোকক দুটামান কথা কব খুজিছোঁ। 1/ আপোনালোকে প্ৰেৰণ কৰা পোষ্টসমূহ যাতে প্ৰকাশ কৰিব পৰা উচ্চ মানদণ্ডৰ হয় । 2/ এটা পোষ্ট বাৰে বাৰে এপ্ৰোভ কৰা নহয় । 3/সমাজ বিৰোধী,ধৰ্ম বিৰোধী ,,বিতকমুলক পোষ্ট আমি এপ্ৰোভ নকৰোঁ । ৫/ পোষ্ট সমূহ এপ্ৰোভ কৰিবলৈ এডমিন ,মডাৰেটৰক লগত ব্যক্তিগত ভাবে যোগাযোগ কৰে যেন । ধন্যবাদ,,প্ৰকাশক মণ্ডলি ।।
MANTU ASSAM

Address

Medhi Gaon
Morigaon
782106

Alerts

Be the first to know and let us send you an email when MANTU ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to MANTU ASSAM:

Share