18/09/2026
বৃহত্তৰ ৰাইদঙীয়া আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ পৃষ্ঠপোষকতাত ৰাইদঙীয়া যুৱ সংঘ, পুথিভঁৰাল আৰু সাংস্কৃতিক কেন্দ্ৰৰ প্রথম প্রতিষ্ঠা দিৱস আৰু জুবিন গাৰ্গ সোঁৱৰণী অনুষ্ঠান ১.০ ৰ লগত সংগতি ৰাখি চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ সহযোগত অনুষ্ঠিত কৰা হৈছে "বিনামূলীয়া চিকিৎসা সেৱা শিৱিৰ " ।
এই কাৰ্য্যসূচীৰ অধীনত উপলব্ধ বিনামূলীয়া বিশেষ সেৱা সমূহ হ'ল : ১) বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা
২) স্বাস্থ্য পৰীক্ষা
৩) বিনামূলীয়া চকু পৰীক্ষা আৰু চশমা বিতৰণ
৪) ঔষধ বিতৰণ
গতিকে এই কাৰ্য্যসূচীত সমূহ ৰাইজৰ উপস্থিতি,অংশগ্ৰহণ কামনা কৰিলোঁ ।
যোগাযোগ নম্বৰ: 9365967374,7002960961
স্থানঃ ৰাইদঙীয়া ৰাস প্রেক্ষাগৃহ , ৰাইদঙীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ
তাৰিখ : ১৯ ছেপ্টেম্বৰ, ২০২৬