Moromor Majuli মৰমৰ মাজুলী

Moromor Majuli মৰমৰ মাজুলী Hello everyone, how are you? you're welcome to Moromor Majuli page. please like and follow our page
(1)

নমস্কাৰ বন্ধু-বান্ধৱী, ককাই-ভাই, বাই-ভনী, ভাই-ভনী আপোনালোক সকলোলৈকে মৰমৰ মাজুলী ফেচবুক পেজৰ তৰফৰ পৰা স্বাগতম জনালো। মাজুলীৰ হৈ কিবা এটা কৰাৰ অদম্য হেপাহ আছিল কিন্তু কিছু ব্যক্তিগত সমস্যাৰ বাবে বহু দুৰৈত থাকিব লগা হৈছে। তথাপিও মাজুলীয়ান হিচাপেই মোৰ চিনাকী বা মাজুলীয়েই মোৰ প্ৰথম পৰিচয়। আপোনালোকৰ সহায় সহযোগীতাৰ বাবেই মৰমৰ মাজুলী আজিৰ এই পৰ্যায় পাইছেহি।

সকলোলৈকে অশেষ ধন্যবাদ।
মৰমৰ মাজুলী Moromor Majuli

অসম আৰু অসমীয়াৰ মাজত এই একতা লাগিব সদায়✊ মেঘালয়ৰ বিৰুদ্ধে আজি যোৰাবাটৰ প্ৰতিবাদস্থলী বিকাশ অসম আৰু লুৰিনজ্যোতি গগৈ একেলগ...
23/08/2026

অসম আৰু অসমীয়াৰ মাজত এই একতা লাগিব সদায়✊ মেঘালয়ৰ বিৰুদ্ধে আজি যোৰাবাটৰ প্ৰতিবাদস্থলী বিকাশ অসম আৰু লুৰিনজ্যোতি গগৈ একেলগে✊🙏


Moromor Majuli মৰমৰ মাজুলী

23/08/2026

BIG BREAKING
এতিয়াৰে পৰা মেঘালয়ত অসমৰ বাহন প্ৰৱেশত নাই কোনো বাধা। মেঘালয় টুৰিষ্ট টেক্সী এছ’চিয়েচনৰ প্ৰতিবাদ প্ৰত্যাহাৰ।

মাজুলীৰ পৰা যোৰহাটলৈ যাত্ৰা পথত তুলি ৰখা কেইখনমান সুন্দৰ আলোকচিত্ৰ।         Moromor Majuli মৰমৰ মাজুলী
23/08/2026

মাজুলীৰ পৰা যোৰহাটলৈ যাত্ৰা পথত তুলি ৰখা কেইখনমান সুন্দৰ আলোকচিত্ৰ।


Moromor Majuli মৰমৰ মাজুলী

শিৱসাগৰলৈ আহিব বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ। ২৮ আগষ্টত বানাক্ৰান্তৰ ওচৰলৈ আহিব অভিনেতাজন। অসমৰ বানপীড়িত লোকসকলৰ...
23/08/2026

শিৱসাগৰলৈ আহিব বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ। ২৮ আগষ্টত বানাক্ৰান্তৰ ওচৰলৈ আহিব অভিনেতাজন। অসমৰ বানপীড়িত লোকসকলৰ কাষত থিয় দিবলৈ অক্ষয় কুমাৰৰ এই পদক্ষেপে নিশ্চয়কৈ সকলোৰে মনত আশাৰ সঞ্চাৰ কৰিব🙏



23/08/2026
কাইলৈ ২৩/০৮/২০২৬ তাৰিখে AEGCL নিয়ন্ত্রণ কক্ষত ৩৩ কে ভি গড়মূৰ ফিদাৰৰ জৰুৰী  মেৰামতিৰ  কাৰণে  APDCL ৰ গড়মূৰ নিয়ন্ত্রণ ...
22/08/2026

কাইলৈ ২৩/০৮/২০২৬ তাৰিখে AEGCL নিয়ন্ত্রণ কক্ষত ৩৩ কে ভি গড়মূৰ ফিদাৰৰ জৰুৰী মেৰামতিৰ কাৰণে APDCL ৰ গড়মূৰ নিয়ন্ত্রণ কক্ষৰ সকলো ১১ ফিদাৰত পুৱা ৬ বজাৰ পৰা ৯:৩০ বজালৈ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ থাকিব।

মেঘালয়ৰ  মুখ্যমন্ত্ৰী ফেচবুক পোষ্ট।
22/08/2026

মেঘালয়ৰ মুখ্যমন্ত্ৰী ফেচবুক পোষ্ট।

🖋মেঘালয় চৰকাৰৰ বিৰুদ্ধে কঠোৰ মেঘালয় উচ্চ ন্যায়ালয়🖋দুৰ্বৃত্তক ২৪ আগষ্টৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ কঠোৰ নিৰ্দেশ         Moromor...
21/08/2026

🖋মেঘালয় চৰকাৰৰ বিৰুদ্ধে কঠোৰ মেঘালয় উচ্চ ন্যায়ালয়
🖋দুৰ্বৃত্তক ২৪ আগষ্টৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ কঠোৰ নিৰ্দেশ


Moromor Majuli মৰমৰ মাজুলী

শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ত কৰ্মচাৰীৰ প্ৰতিবাদ। জিলা আয়ুক্তক বিধায়ক অখিল গগৈয়ে ধমক দিয়াৰ পিছতে ক’লা কাপোৰ বান্ধি প্ৰতিবাদ স...
21/08/2026

শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ত কৰ্মচাৰীৰ প্ৰতিবাদ। জিলা আয়ুক্তক বিধায়ক অখিল গগৈয়ে ধমক দিয়াৰ পিছতে ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰ্মচাৰী সকলৰ।

Address

Majuli

Alerts

Be the first to know and let us send you an email when Moromor Majuli মৰমৰ মাজুলী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Moromor Majuli মৰমৰ মাজুলী:

Shortcuts

Share

Category