Kolkata Assamese Cultural Association

  • Home
  • Kolkata Assamese Cultural Association
Website Contact the establishment

Kolkata Assamese Cultural Association A socio literary and cultural organisation registered under the Societies Registration Act.

A socio literary and cultural organisation of and by the people of Assam residing in Kolkata and West Bengal as a whole.

অতি দুখেৰে জনাওঁ যে কলকাতাৰ বিশিষ্ট সংগীত শিল্পী তপন দেৰ পৰলোকপ্ৰাপ্তি ঘটে। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাই আয়োজন কৰা...
23/09/2026

অতি দুখেৰে জনাওঁ যে কলকাতাৰ বিশিষ্ট সংগীত শিল্পী তপন দেৰ পৰলোকপ্ৰাপ্তি ঘটে। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাই আয়োজন কৰা ভূপেন্দ্ৰ সংগীত কৰ্মশালাৰ অন্যতম প্ৰশিক্ষক আছিল তপন দে।
তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক।

এটি বছৰৰ পিছত এই বিষাদভৰা দিনটোত ১৯ ছেপ্টেম্বৰ ২০২৬ তাৰিখে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ বিদেহী আত্মাৰ প্ৰতি, সেইদিনা সন...
18/09/2026

এটি বছৰৰ পিছত এই বিষাদভৰা দিনটোত ১৯ ছেপ্টেম্বৰ ২০২৬ তাৰিখে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ বিদেহী আত্মাৰ প্ৰতি, সেইদিনা সন্ধিয়া প্ৰতিখন ঘৰতে জুবিনৰ স্মৃতিত এগছি বন্তি জ্বলাই তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ তৰফৰ পৰা সকলোকে আন্তৰিক আহ্বান জনালোঁ।

জুবিন কেৱল এজন শিল্পী নাছিল—তেওঁ আছিল আমাৰ প্ৰতিখন ঘৰৰ আপোন, আমাৰ অনুভৱৰ এক অবিচ্ছেদ্য অংশ।

এগছি বন্তি—এখন হৃদয়ৰ শ্ৰদ্ধা।
এগছি বন্তি—জুবিনৰ অমৰ স্মৃতিত।

জুবিন নোহোৱা হোৱা নাই—তেওঁৰ সৃষ্টিৰে, আমাৰ মনত আৰু আমাৰ অনুভৱত সদায় জীয়াই আছে।

CMO Assam Bimal Borah Directorate of Cultural Affairs, Rabindra Bhawan, Assam

With profound grief, remembering God's own Child Zubeen Garg, the Kolkata Assamese Cultural Association invites to the f...
18/09/2026

With profound grief, remembering God's own Child Zubeen Garg, the Kolkata Assamese Cultural Association invites to the floral tribute and prayer meet.

Date: 19 September 2026
Time: 10:30 AM onwards
Venue: Assam Bhawan Complex
Address: Sector 3, LA Block
Salt Lake, Kolkata, West Bengal

** Open for all.
** Entry free.

CMO Assam Directorate of Cultural Affairs, Rabindra Bhawan, Assam Bimal Borah

With profound grief, remembering God's own Child Zubeen Garg, the Kolkata Assamese Cultural Association invites to the f...
17/09/2026

With profound grief, remembering God's own Child Zubeen Garg, the Kolkata Assamese Cultural Association invites to the floral tribute and prayer meet.

Date: 19 September 2026
Time: 10:30 AM onwards
Venue: Assam Bhawan Complex
Address: Sector 3, LA Block
Salt Lake, Kolkata, West Bengal
** Open for all.
** Entry free.

CMO Assam Directorate of Cultural Affairs, Rabindra Bhawan, Assam Bimal Borah Zubeen Garg

১৯ ছেপ্টেম্বৰ ২০২৫ — অসমীয়া তথা অসমবাসীৰ বাবে এটি অতি দুখলগা দিন। সেইদিনা অসমে হেৰুৱালে হিয়াৰ এফাল, এটি নক্ষত্ৰ আৰু ভা...
13/09/2026

১৯ ছেপ্টেম্বৰ ২০২৫ — অসমীয়া তথা অসমবাসীৰ বাবে এটি অতি দুখলগা দিন। সেইদিনা অসমে হেৰুৱালে হিয়াৰ এফাল, এটি নক্ষত্ৰ আৰু ভাৰতবৰ্ষই হেৰুৱালে এটি অমূল্য ৰত্ন।

আজি এবছৰৰ পিছত সেই বিষাদভৰা দিনটোত আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ বিদেহী আত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ কলকাতা অসমীয়া সাংস্কৃতিক সংস্থা (KACA)ৰ উদ্যোগত ১৯ ছেপ্টেম্বৰত পুৱা ১০:৩০ বজাৰ পৰা অসম ভৱন কলকাতাৰ প্ৰাংগনত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হৈছে।

জুবিন কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল আমাৰ প্ৰতিখন ঘৰৰ আপোন, আমাৰ অনুভৱৰ এক অবিচ্ছেদ্য অংশ।

সেইদিনা সন্ধিয়া প্ৰতিখন ঘৰতে জুবিনৰ স্মৃতিত এগছি বন্তি জ্বলাই তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ সকলোকে আন্তৰিক আহ্বান জনালোঁ।

এগছি বন্তি — এখন হৃদয়ৰ শ্ৰদ্ধা।
এগছি বন্তি — জুবিনৰ অমৰ স্মৃতিত।

জুবিন নোহোৱা হোৱা নাই - তেওঁৰ সৃষ্টিৰে, আমাৰ মনত আৰু আমাৰ অনুভৱত সদায় জীয়াই আছে।

#শ্ৰদ্ধাঞ্জলি #জুবিন_গাৰ্গ #কলকাতা_অসমীয়া_সাংস্কৃতিক_সংস্থা াতা Zubeen Garg CMO Assam Bimal Borah

শতবাৰ্ষিকী উদযাপন : কিংবদন্তি ভূপেন হাজৰিকা৬ ছেপ্টেম্বৰ ২০২৬ | সন্ধিয়া ৬:০০ বজাত🎤 সাংস্কৃতিক অনুষ্ঠানস্থান: অসম ভৱনঠিকন...
05/09/2026

শতবাৰ্ষিকী উদযাপন : কিংবদন্তি ভূপেন হাজৰিকা

৬ ছেপ্টেম্বৰ ২০২৬ | সন্ধিয়া ৬:০০ বজাত
🎤 সাংস্কৃতিক অনুষ্ঠান
স্থান: অসম ভৱন
ঠিকনা: চেক্টৰ ৩, এল এ ব্লক, ছল্ট লেক
প্ৰবেশ বিনামূল্যে

৮ ছেপ্টেম্বৰ ২০২৬ | সন্ধিয়া ৬:০০ বজাত
🪔 শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
স্থান: ভূপেন হাজৰিকাদেৱৰ বাসভৱন
ঠিকনা: ৭৭বি গ'ল্ফ ক্লাব ৰোড, টালিগঞ্জ
প্ৰবেশ বিনামূল্যে

Centenary Celebration : Legend Bhupen Hazarika

6 September 2026 | 6:00 PM
🎤Cultural Program
Venue : Assam Bhawan
Address: Sector 3, LA Block, Salt Lake
Entry free.

8 September 2026 | 6:00 PM
🪔Tribute Program
Venue: Residence of Bhupen Hazarika
Address: 77B Golf Club Road, Tollygunge
Entry free.

05/09/2026

Centenary Celebration : Legend Bhupen Hazarika5 September 2026 | 6:00 PM🎞️Documentary - Bhupen Da UncutVenue: Galaxy The...
05/09/2026

Centenary Celebration : Legend Bhupen Hazarika

5 September 2026 | 6:00 PM
🎞️Documentary - Bhupen Da Uncut
Venue: Galaxy Theatre
Address: Utalika - The Condoville
405 Pano Road, Nitai Nagar, Mukundapur
🎟️Entry free 🪑Limited seats
📱Whatsapp to 8334866886 or 9830935307 to pre book your seat.

6 September 2026 | 6:00 PM
🎤Cultural Program
Venue : Assam Bhawan
Address: Sector 3, LA Block, Salt Lake
Entry free.

8 September 2026 | 6:00 PM
🪔Tribute Program
Venue: Residence of Bhupen Hazarika
Address: 77B Golf Club Road, Tollygunge
Entry free.

PMO India CMO Assam Ministry of Culture, Government of India Directorate of Cultural Affairs, Rabindra Bhawan, Assam Himanta Biswa Sarma Bimal Borah

Centenary Celebration : Legend Bhupen Hazarika5 September 2026 | 6:00 PM🎞️Documentary - Bhupen Da UncutVenue: Galaxy The...
05/09/2026

Centenary Celebration : Legend Bhupen Hazarika

5 September 2026 | 6:00 PM
🎞️Documentary - Bhupen Da Uncut
Venue: Galaxy Theatre
Address: Utalika - The Condoville
405 Pano Road, Nitai Nagar, Mukundapur
🎟️Entry free 🪑Limited seats
📱Whatsapp to 8334866886 or 9830935307 to pre book your seat.

6 September 2026 | 6:00 PM
🎤Cultural Program
Venue : Assam Bhawan
Address: Sector 3, LA Block, Salt Lake
Entry free.

8 September 2026 | 6:00 PM
🪔Tribute Program
Venue: Residence of Bhupen Hazarika
Address: 77B Golf Club Road, Tollygunge
Entry free.

CMO Assam PMO India Ministry of Culture, Government of India Directorate of Cultural Affairs, Rabindra Bhawan, Assam Bimal Borah Himanta Biswa Sarma

Address


Alerts

Be the first to know and let us send you an email when Kolkata Assamese Cultural Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Kolkata Assamese Cultural Association:

Shortcuts

  • Want your establishment to be the top-listed arts & entertainment?

Share