Mohor Gwsa Production

Mohor Gwsa Production Mohor Gwsa — Beautiful. Stories from our land, told with heart. Email: [email protected]

26/07/2026

#কোকৰাঝাৰত বিনামূলীয়া মাতৃ আৰু শিশু স্বাস্থ্য পৰীক্ষা শিবিৰ, ১১০ গৰাকী মহিলা আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা৷।
।। লায়ন্স ক্লাব অৱ কোকৰাঝাৰ গ্ৰেটাৰে ২০২৬–২৭ বৰ্ষৰ প্ৰকল্পৰ প্ৰথম অংশ হিচাপে আজি হৰিনাগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু কোকৰাঝাৰৰ আই-আফা মেডলাইফ বিএম হাস্পতালৰ সহযোগত এক বিনামূলীয়া মাতৃ আৰু শিশু স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে। শিবিৰত কোকৰাঝাৰৰ আৰএনবি চিভিল হাস্পতালৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ জুনিকাৰ আলী, আই-আফা মেডলাইফ হাস্পতালৰ শিশু ৰোগ বিশেষজ্ঞ ডাঃ সৌৰজিৎ ৰাউট্ৰায়, আৰু হৰিনাগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ জয়নাল আবেদিনে ১১০ গৰাকী মহিলা আৰু শিশুৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি হিতাধিকাৰীসকলক বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে।।

Northeast Vision - सा-सानजा नोजोर

24/06/2026
26/05/2026

Wow ❤️❤️❤️. May be LOVE LOOKS LIKE THIS 🧿

Address

Kokrajhar
783370

Alerts

Be the first to know and let us send you an email when Mohor Gwsa Production posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category