হাঁহি/কান্দোন

হাঁহি/কান্দোন . “Life is a mix of laughter & tears – welcome to... হাঁহি/কান্দোন ���”

07/08/2026
আমেৰিকা তথা ইউৰোপীয়ান দেশবোৰত কিছুমান ব্যক্তিয়ে দুৰ্যোগত পৰা মানুহক সহায় কৰিবলৈ যাওঁতে নিজৰ পৰিচয় নিদিয়াকৈ বিভিন্ন ...
27/07/2026

আমেৰিকা তথা ইউৰোপীয়ান দেশবোৰত কিছুমান ব্যক্তিয়ে দুৰ্যোগত পৰা মানুহক সহায় কৰিবলৈ যাওঁতে নিজৰ পৰিচয় নিদিয়াকৈ বিভিন্ন মুখা 😷👺 পৰিধান কৰি যায় ।
পিছে আমাৰ অসমৰ পৰিৱেশ আকৌ সম্পূৰ্ণ ব্যতিক্ৰম । আমাৰ অসমত এক কিলোগ্ৰাম আলু দিবলৈ গৈও ১০ টা মানুহে ফটো উঠি সামাজিক মাধ্যমত প্ৰচাৰ কৰে । ইয়াৰ পৰা এটা স্পষ্ট যে; আমেৰিকা তথা ইউৰোপীয়ান দেশবোৰৰ নাগৰিকৰ তুলনাত আমি কামতকৈ Show off হে কৰি ভাল পাওঁ, আমাৰ ইয়াত সামাজিক মাধ্যমত নিজকে জাহিৰ কৰিব পৰাটোও আজিকালি এটা পৰম্পৰা লৈ ৰূপান্তৰিত হৈছে ।
🤐 যিকোনো NGO / Online Appৰ সুবিধা লৈ বহুতো নপুংসক‌- এ নিজৰ জেপ গৰম কৰাত সুবিধা লৈছে 🥹😡
সকলোলৈ অনুৰোধ... দুৰ্যোগত পৰা মানুহক সহায় কৰাৰ নামত এনে সস্তীয়া Show off বন্ধ কৰক ✊। পাৰিলে নিস্বাৰ্থ ভাৱে বানপীড়িত সকলক সহায় কৰক 🙏🙏🙏🙏



কোনে ক'ব পাৰিবা... এওঁ কোন ?
12/06/2026

কোনে ক'ব পাৰিবা... এওঁ কোন ?







আপোনাৰ NETWORK কেনে? COMMENT..👇
07/06/2026

আপোনাৰ NETWORK কেনে? COMMENT..👇

Encounterৰ ৰাজ চলি থকা ৰাজ্যত Zubeen Gargৰ‌ দৰে বেণ্ডক খাই পেলোৱা হল কিন্তু অপৰাধী Protection হে পাই থাকিছে....  কিয়নো ...
02/06/2026

Encounterৰ ৰাজ চলি থকা ৰাজ্যত Zubeen Gargৰ‌ দৰে বেণ্ডক খাই পেলোৱা হল কিন্তু অপৰাধী Protection হে পাই থাকিছে.... কিয়নো সৰিয়হৰ‌ ডুলিতেই যেতিয়া ভূত থাকে সেই সৰিয়হ দি ভুত খেদিব পাৰা নাযায় বোলে....

आप यकीन करिए ..ये हमारे देश के यशस्वी प्रधानमंत्री नरेंद्र मोदी जी ही हैं 🤪वैसे ये बने क्या हुए हैं, :  किसिको पता हो तो...
02/06/2026

आप यकीन करिए ..ये हमारे देश के यशस्वी प्रधानमंत्री नरेंद्र मोदी जी ही हैं 🤪

वैसे ये बने क्या हुए हैं, : किसिको पता हो तो ..बताना जरूर ? वैश्विक संकट दूर कर रहे है क्या ?

🇮🇳 "ভৱিষ্যতৰ ডিজিটেল ইণ্ডিয়াৰ নোটৰ ডিজাইন বুলি ভাবিব পাৰি নেকি?"📢 "এয়া সত্য নে Fake? Comment কৰি জনাওক!"😍  👉 "Like 👍 S...
02/06/2026

🇮🇳 "ভৱিষ্যতৰ ডিজিটেল ইণ্ডিয়াৰ নোটৰ ডিজাইন বুলি ভাবিব পাৰি নেকি?"
📢 "এয়া সত্য নে Fake? Comment কৰি জনাওক!"

😍 👉 "Like 👍 Share ↗️ কৰি বন্ধু-বান্ধৱকো দেখুৱাওক, তেওঁলোকে কি কয় চাওঁ!"

অসমীয়াৰ স্বাভিমান আৰু সাংস্কৃতিক পৰিচয় গামোচা। ই কেৱল এখন কাপোৰ নহয়, ইয়াৰ লগত অসমৰ জাতীয় আবেগ আৰু সন্মান জড়িত। পূজ...
29/05/2026

অসমীয়াৰ স্বাভিমান আৰু সাংস্কৃতিক পৰিচয় গামোচা। ই কেৱল এখন কাপোৰ নহয়, ইয়াৰ লগত অসমৰ জাতীয় আবেগ আৰু সন্মান জড়িত। পূজা, ঈদ বা আন কোনো উৎসৱৰ সময়ত ইয়াৰ ব্যৱহাৰক লৈ যদি কোনোবাই অসন্মানজনক আচৰণ কৰে, তেন্তে সেয়া অত্যন্ত দুখজনক আৰু গৰিহণাপূৰ্ণ। 😡😭
The Gamocha is a symbol of harmony among all people of Assam regardless of caste, religion and race. It should always be kept in a place of respect to preserve the dignity of the nation.

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when হাঁহি/কান্দোন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category