Jorhat Barta

Jorhat Barta Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jorhat Barta, Art, J B Road, Jorhat.

যোৰহাট বাৰ্তা

📰 যোৰহাট আৰু অসমৰ নিৰ্ভৰযোগ্য সংবাদ মাধ্যম
⚡ দ্ৰুত, সঠিক আৰু নিৰপেক্ষ খবৰ
📍 যোৰহাটৰ পৰা সমগ্ৰ অসমৰ প্ৰতিটো খবৰ
🎥 লাইভ আপডেট • ব্ৰেকিং নিউজ • বিশেষ প্ৰতিবেদন

"সত্যৰ সৈতে, আপোনাৰ কাষত।"

15/07/2026



কৃত্ৰিম বানৰ কবলত টীয়কৰ ৰাষ্ট্ৰীয় ঘাইপথ

কৃত্ৰিম বানৰ ফলত যমৰ যাতনাত স্থানীয় ৰাইজ

NHIDCL-ৰ গাফিলতিৰ অভিযোগ

উপযুক্ত জল নিষ্কাশনৰ ব্যৱস্থা নথকাৰ বাবেই কৃত্ৰিম বানৰ তাণ্ডৱ

14/07/2026

মণিপুৰৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। মণিপুৰৰ সেনাপতি জিলাত নিৰাপত্তাৰক্ষী এখন বাহন এনেদৰে উত্তেজিত জনসাধাৰনে‌ বগৰাই পেলায়। কেন্দ্ৰীয় চৰকাৰে তৎকালীন ভাৱে মণিপুৰৰ শেহতীয়া পৰিস্থিতি লৈ দৃঢ় পদক্ষেপ গ্ৰহণ কৰক।ভিজুৱেল ক্ৰেডিট Ruangmei Today ।

14/07/2026

✅এগৰাকী মাতৃৰ হিয়া ভগা কান্দোন, পুত্ৰৰ বাবে নিজৰ কিডনী দিবলৈ সাজু এগৰাকী বয়োজ্যেষ্ঠ দুখুনী মাতৃ।
✅পত্নী সহ দুই অবুজ সন্তানৰ চকুত কেৱল চকুলো,,,
✅ৰাজু শইকীয়া, প্ৰায় ৩৭ বছৰীয়া এজন সফল ডেকা, মাজুলীৰ খোনাচুক গাঁৱৰ নিবাসী , ৬ মাহ পূৰ্বে ধৰা পৰে তেওঁৰ দুয়োটা কিডনী বিকল হোৱা বুলি
✅ এটি নিম্ন মধ্যবিত্ত পৰিয়ালটোৱে ডায়েলাইছিচ কৰোতেই হাহাকাৰ। শীঘ্ৰে কিডনী ট্ৰেন্সপ্লেণ্ট কৰিব লাগে।
✅বুকুৰ আপোন পুত্ৰৰ বাবে নিজৰ মাকে দিব বিচাৰিছে এটা কিডনী
✅টেনচপ্লেট কৰাৰ যি ব্যয়বহুল চিকিৎসা সেয়া তেওঁলোকৰ পৰিয়ালে বাহন কৰিব নোৱাৰি অসমৰ মুখ্যমন্ত্ৰী আৰু মাজুলীৰ বিধায়ক ভূৱন গামক অনুৰোধ কৰিছে ।

:  অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান।: হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু অভিনেত্ৰীগৰাকীৰ।
14/07/2026

: অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান।
: হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু অভিনেত্ৰীগৰাকীৰ।

14/07/2026

: যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হোৱা, কৃত্ৰিম বান সমস্যা সমাধান কৰা, অবৈধ পাৰ্কিং বন্ধ কৰা, টোকলাইৰ বেদখল উচ্ছেদ কৰাৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল।

14/07/2026

: মূৰত নাই হেলমেট, হোজাইৰ ৰাজপথত প্ৰেমিক-প্ৰেমিকাৰ বিপদজনক বাইক ষ্টাণ্ট।

14/07/2026

: ৫৯ বছৰীয়া হ'ল আটাছু :

: দিল্লীত অনুষ্ঠিত আটাছুৰ প্ৰতিষ্ঠা দিৱস :

কনষ্টিটিউচন ক্লাৱ অৱ ইণ্ডিয়াত আটাছুৰ বিশেষ অনুষ্ঠান
: একেখন মঞ্চত পবিত্ৰ মাৰ্ঘেৰিটা, গৌৰৱ গগৈ, লুৰিণ জ্যোতি গগৈ :

14/07/2026

: টীয়কৰ ৰেৱতী বাইৰ ৰাজহুৱা আদ্য-শ্ৰাদ্ধৰ ৰাহি ধনেৰে নিৰাশ্ৰয় শিশু ভৱনত যোগান ধৰিলে অন্ন-বস্ত্ৰ :

14/07/2026

যোৰহাটৰ বাইপাছত এখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্থ। বিয়েৰ কঢ়িয়াই অনা ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আনএখন গাড়ীৰে বিয়েৰ সমূহ নিয়াৰ ব্যৱস্থা কৰে।

14/07/2026

যোৰহাটবাসীৰ বাবে ভাল খবৰ

অতি শীঘ্ৰেই মুকলি হ'ব যোৰহাটৰ চতুৰ্থখন উৰণসেতু

নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিছে চিনামৰাৰ উৰণসেতুখন

উৰণসেতুখনৰ নিৰ্মাণ কাৰ্যত ব্যয় কৰা হৈছে ৬১.৪৯ কোটি টকা

Address

J B Road
Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when Jorhat Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category