Syzygy Theatre

Syzygy Theatre Syzygy Theatre is a drama group formed in 21st of May,2018. Syzygy Theatre was formed in 21st May,2018 under the aegis of NSD graduate Babi Baruah.

The word Syzygy has a very profound meaning, which simplifies an alignment of three celestial objects, as the sun, the earth and either the moon or a planet. ‘Syzygy’ is the sun-earth-moon system which occurs at the time of full moon and new moon.

PLAY: "UPOHAR"SYZYGY THEATER 2025-26
25/04/2026

PLAY: "UPOHAR"
SYZYGY THEATER
2025-26

27/03/2026

Repertories are being sidelined or lack support, yet the Natyashastra continues to be honoured worldwide (UNESCO 2025). Celebrate cultural heritage abroad while artists remain silenced at home. Artists are humans too; they need sustenance and essentials. How can they produce art without pay for two years? What about the effort, dedication, and passion they invest, which often go unnoticed during this period? Let’s ensure art and artists survive, and in turn, let us all flourish.

Tradition can only endure if artists are supported. 🎭

04/01/2026
04/01/2026

Syzygy Theatre

আজি 2026 ইংৰাজী বৰ্ষৰ প্ৰথমটো দেওবাৰে ছিজিজি থিয়েটাৰ গুৱাহাটীৰ উদ্যোগত আৰু গিৰিন্দ্ৰ সঙ্গীতালয়ৰ সহযোগত "কলা উৎসৱ" ত আৰ...
04/01/2026

আজি 2026 ইংৰাজী বৰ্ষৰ প্ৰথমটো দেওবাৰে ছিজিজি থিয়েটাৰ গুৱাহাটীৰ উদ্যোগত আৰু গিৰিন্দ্ৰ সঙ্গীতালয়ৰ সহযোগত "কলা উৎসৱ" ত আৰ্টৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত প্ৰতিভা বিকাশৰ লগতে আৰ্টৰ এখনি প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়।
ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন খেল ধেমালি ভেশচন প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কাৰ বিতৰণ কৰা হয়।
উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ ডাঙৰীয়া।

আজি ১৯ অক্টোবৰ ২০২৫ ইং তাৰিখে চিজিজি থিয়েটাৰৰ তৰফৰ পৰা  প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
19/10/2025

আজি ১৯ অক্টোবৰ ২০২৫ ইং তাৰিখে চিজিজি থিয়েটাৰৰ তৰফৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

চিজিজি থিয়েটাৰৰ উদ্যোগত কাতি বিহু উপলক্ষে বিনামূলীয়া তুলসী পুলি আৰু মাটিৰ চাকি বিতৰণ।
18/10/2025

চিজিজি থিয়েটাৰৰ উদ্যোগত কাতি বিহু উপলক্ষে বিনামূলীয়া তুলসী পুলি আৰু মাটিৰ চাকি বিতৰণ।

SYZYGY THEATRE তৰফৰপৰা অভিনেতা পৰিচালক শৰৎ বৰুৱা লৈ শ্ৰদ্ধাঞ্জলি।
05/10/2025

SYZYGY THEATRE তৰফৰপৰা অভিনেতা পৰিচালক শৰৎ বৰুৱা লৈ শ্ৰদ্ধাঞ্জলি।








Address

Borbari
Guwahati

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Telephone

+919891912125

Website

Alerts

Be the first to know and let us send you an email when Syzygy Theatre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Syzygy Theatre:

Share