Pulak nixasor friends

Pulak nixasor friends Pulak Nixasor FC

good morning friends  Hilights
29/07/2026

good morning friends

Hilights

03/07/2026
03/07/2026

বহুত দিন পিছত comedy series এটা আহিব... গোটেই আমি team আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব আৰু মৰম দিব.... Lots of love fron নিশাচৰ ♥️

😭😭
22/04/2026

😭😭

চব শেষ 💔💔 তই অবিহনে... ভণ্টি ক দূৰৰ পৰাই আশীৰ্বাদ কৰিবি মোক ও সাহস দি থাকিব লাগিব.. আৰু দেউতাৰ চিন্তা নকৰিব বেছি মই আছোঁ তেওঁক চাব.. কথা নুশুনিলে সপোন ত আহি তাক গালি পাৰিবলৈ আহিব লাগিব তই । দে মা ভাল এ থাক যত আছো .. ঘৰ খন হে এতিয়া তই অবিহনে খালী খালী লাগিব অ... I love you 😢

22/04/2026

বহুত চেষ্টা কৰিছিলোঁ অ মা টোক বচাব কিন্তু নোৱাৰিলোঁ তোক বচাব... অনুষ্ঠান ত যোৱা কাৰণে দেউতাও মোক ভাল কৈ কোৱা নাছিল সেয়াই আটাইতকৈ দুখ যে শেষ মূহুৰ্তত বোলে তই মোক বিচাৰি আছিলে কিন্তু মই থাকিব নোৱাৰিলোঁ অ মা.. মোক ক্ষমা কৰি দিবি দে মা.. মোক ক্ষমা কৰি দিবি টো না মা.. অ মা আকৌ টোৰ গৰ্ভতে মোক জন্ম দিবি দে মা... আকৌ আহিব লাগিব মা আকৌ আহিব লাগিব.... চব শেষ 💔💔 তই অবিহনে... ভণ্টি ক দূৰৰ পৰাই আশীৰ্বাদ কৰিবি মোক ও সাহস দি থাকিব লাগিব.. আৰু দেউতাৰ চিন্তা নকৰিব বেছি মই আছোঁ তেওঁক চাব.. কথা নুশুনিলে সপোন ত আহি তাক গালি পাৰিবলৈ আহিব লাগিব তই । দে মা ভাল এ থাক যত আছো .. ঘৰ খন হে এতিয়া তই অবিহনে খালী খালী লাগিব অ... I love you 😢

29/03/2026
14/03/2026

Nixasoror adda

Nixasor ada ahibo sobe
10/02/2026

Nixasor ada ahibo sobe

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Pulak nixasor friends posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share