Bijit talks

Bijit talks Information+Entertainment

যাৰ গানত শৈশৱ পাৰ হৈছিল, যাৰ গানত নিজক বিচাৰি পাও সেইগৰাকী মৰমৰ জুবিন দাৰ জন্মদিন । আপুনি ভালে থাকক জুবিন দা । নিজৰ কাৰণ...
17/11/2022

যাৰ গানত শৈশৱ পাৰ হৈছিল, যাৰ গানত নিজক বিচাৰি পাও সেইগৰাকী মৰমৰ জুবিন দাৰ জন্মদিন । আপুনি ভালে থাকক জুবিন দা । নিজৰ কাৰণে নহ'লেও আমাৰ কাৰণে । 
জুবিন দাৰ কাৰণে আপোনাৰ এশাৰী বাক্য

10/11/2022

অসমৰ অন্য এক জনগোষ্ঠী ৰাভাসকলৰ বিষয়ে জানিবলৈ চাওঁক এই ভিডিঅ'

03/11/2022

কামৰূপ জিলাৰ পলাশবাৰী হৈছে সকলো ফালৰ পৰা আগবঢ়া এটা সমষ্টি ৷
জানো আহক পলাশবাৰীৰ বিষয়ে নজনা বহুতো কথা
বিঃদ্ৰ ভিডিঅ' আৰু তথ্য সংগ্ৰহত
দূৰদৰ্শনৰ পৰা কিছু তথ্য আৰু ভিডিঅ' লোৱা হৈছে ৷

27/10/2022

দীপাৱলীত মই কি কৰিলো ৷
জীৱনৰ প্ৰথমটো ব্ল'গ ৷
চাওঁক চোন সকলোৱে
Sonapur, SunsariSonapur, Sunsari GuwahatiLive Pobitora Wildlife Sanctuary

Address

Kamakhya
Guwahati

Telephone

+917002374819

Website

Alerts

Be the first to know and let us send you an email when Bijit talks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Bijit talks:

Share