নৱৰঙ্গ শিল্পী সমাজ গোলাঘাট

  • Home
  • India
  • Golaghat
  • নৱৰঙ্গ শিল্পী সমাজ গোলাঘাট

নৱৰঙ্গ শিল্পী সমাজ গোলাঘাট অসমীয়া আমাৰ পৰিচয়,সংস্কৃতি আমাৰ সম্পদ

আজি আমাৰ দলটিয়ে পৰিৱেশন কৰিব লগীয়া মহাপুৰুষীয়া নাট ভাগলৈ সকলোকে নিমন্ত্ৰণ জনালো।
25/04/2026

আজি আমাৰ দলটিয়ে পৰিৱেশন কৰিব লগীয়া মহাপুৰুষীয়া নাট ভাগলৈ সকলোকে নিমন্ত্ৰণ জনালো।

নাটঃকুৰ্ম অৱতাৰ চৰিত্ৰঃবলি
02/04/2026

নাটঃকুৰ্ম অৱতাৰ চৰিত্ৰঃবলি

নাটঃ "কুৰ্ম অৱতাৰ" চৰিত্ৰঃবিষ্ণু-লক্ষ্মী
31/03/2026

নাটঃ "কুৰ্ম অৱতাৰ" চৰিত্ৰঃবিষ্ণু-লক্ষ্মী

আৰম্ভণিৰ প্ৰাক ক্ষণত।  #ভাওনসমাৰোহ  #অসমীয়াসংস্কৃতী  #ভাওনা  #সামাজিকমাধ্যম  #অসমবাসী
29/03/2026

আৰম্ভণিৰ প্ৰাক ক্ষণত। #ভাওনসমাৰোহ #অসমীয়াসংস্কৃতী #ভাওনা #সামাজিকমাধ্যম #অসমবাসী

নাটঃ"কুৰ্ম অৱতাৰ" দেৱতা মণ্ডলিৰ স্থিৰচিত্ৰ।  #ভাওনসমাৰোহ  #অসমীয়াসংস্কৃতী  #সামাজিকমাধ্যম  #ভাওনা  #অসমবাসী
28/03/2026

নাটঃ"কুৰ্ম অৱতাৰ" দেৱতা মণ্ডলিৰ স্থিৰচিত্ৰ। #ভাওনসমাৰোহ #অসমীয়াসংস্কৃতী #সামাজিকমাধ্যম #ভাওনা #অসমবাসী

কাইলৈ নৱৰঙ্গ শিল্পী সমাজ গোলাঘাট ৰ দোহাৰ পৰিচালনাত পৰিৱেশন হ'ব লগা  নৃসিংহ অৱতাৰ ভাওনা ভাগিলৈ সকলোকে আমন্ত্ৰণ জনালো।  #ভ...
27/03/2026

কাইলৈ নৱৰঙ্গ শিল্পী সমাজ গোলাঘাট ৰ দোহাৰ পৰিচালনাত পৰিৱেশন হ'ব লগা নৃসিংহ অৱতাৰ ভাওনা ভাগিলৈ সকলোকে আমন্ত্ৰণ জনালো। #ভাওনসমাৰোহ #ভাওনা #অসমবাসী #সামাজিকমাধ্যম #অসমীয়াসংস্কৃতী

নাটঃ"কুৰ্ম অৱতাৰ" চৰিতঃৰাহু,ময়দানৱ,বিকাল
27/03/2026

নাটঃ"কুৰ্ম অৱতাৰ" চৰিতঃৰাহু,ময়দানৱ,বিকাল

কাইলৈ আমি পৰিৱেশন কৰিব লগীয়া আমন্ত্ৰিত নাট কুৰ্ম অৱতাৰ।ৰইজৰ তথা শভাকাঙ্খী সকলৰ উপস্থিতি কামনা কৰিলো।জয় গুৰু শংকৰ,জয়তু ভা...
25/03/2026

কাইলৈ আমি পৰিৱেশন কৰিব লগীয়া আমন্ত্ৰিত নাট কুৰ্ম অৱতাৰ।ৰইজৰ তথা শভাকাঙ্খী সকলৰ উপস্থিতি কামনা কৰিলো।জয় গুৰু শংকৰ,জয়তু ভাওনা সংস্কৃতী। #ভাওনসমাৰোহ #ভাওনা #সামাজিকমাধ্যম #অসমবাসী

পুৰস্কাৰ গ্ৰহণ কৰাৰ সময়খিনি ধৰি ৰখা স্থিৰ চিত্ৰ।  #ভাওনসমাৰোহ  #সামাজিকমাধ্যম  #অসমবাসী  #ভীমাসুৰৰমুক্তিলাভ  #ভাওনা ভাওন...
23/03/2026

পুৰস্কাৰ গ্ৰহণ কৰাৰ সময়খিনি ধৰি ৰখা স্থিৰ চিত্ৰ। #ভাওনসমাৰোহ #সামাজিকমাধ্যম #অসমবাসী #ভীমাসুৰৰমুক্তিলাভ #ভাওনা ভাওনাৰ প'ষ্ট সমোহ ভাল পালে পেজটো ফল' কৰি দিব বুলি আশা ৰাখিলো।

আপোনাসৱৰ আশীষ আৰু উৎসাহে আমাক এই পৰ্যায়ত উপনীত কৰাইছে।আগলৈয়ো আপোনাসৱে আমাক উৎসাহ আৰু আৰ্শীবাদ কৰিব বুলি আমি দৃঢ় বিশ্বাসী...
22/03/2026

আপোনাসৱৰ আশীষ আৰু উৎসাহে আমাক এই পৰ্যায়ত উপনীত কৰাইছে।আগলৈয়ো আপোনাসৱে আমাক উৎসাহ আৰু আৰ্শীবাদ কৰিব বুলি আমি দৃঢ় বিশ্বাসী।দলৰ সভাপতি সম্পাদককে মুখ্য কৰি সকলো কৰ্মকৰ্তালৈ অভিনন্দন।এই যাত্ৰা অব্যাহত থাকক।জয়তু ভাওনা সংস্কৃতী,জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ।

Address

Golaghat

Website

Alerts

Be the first to know and let us send you an email when নৱৰঙ্গ শিল্পী সমাজ গোলাঘাট posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share