Barnagar Barta

  • Home
  • Barnagar Barta

Barnagar Barta আপডেট । নিৰপেক্ষ । নিৰ্ভৰযোগ‍্য

Happy Independence Day ❤️
15/08/2026

Happy Independence Day ❤️

27/07/2026

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বিতৰ্কত সোমাই পৰা নিলোৎপল বৰাই দিলে স্পষ্টীকৰণ।
'আমি নিজৰ দায়িত্ব পালন কৰিহে আনক সমালোচনা কৰিছো'


26/07/2026

JANTAR MANTAT CLEAN UP


26/07/2026



25/07/2026

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছতে CJPৰ সমৰ্থকৰ বিজয় উদযাপন। প্ৰতিবাদকাৰীসকলৰ মাজত আনন্দৰ জোৱাৰ ।



21/07/2026

লাডাখৰ কাৰ্গিলত ভয়ংকৰ আকস্মিক বান। দুপৰীয়াৰ পৰা বহু এলেকা বানপানীত প্লাৱিত।আকস্মিক বানত স্বাভাৱিক জনজীৱন ব্যাহত।


18/07/2026

দিল্লীৰ যন্তৰ-মন্তৰত অনশনত বহি থকা সোণম ৱাংচুকক উঠাই নিয়ে দিল্লী আৰক্ষীয়ে। প্ৰায় ২০ দিন ধৰি আমৰণ অনশন কৰি আছিল সোণম ৱাংচুকে। বিশিষ্ট শিক্ষাবিদ সোণম ৱাংচুকক উঠাই লৈ যোৱাৰ পিছত সামাজিক মাধ্যমত অভিজিৎ দিপকেৰ মন্তব্য -



18/07/2026

বলপূর্বকভাৱে অনশন মঞ্চৰ পৰা হাস্পতাললৈ লৈ গ'ল বিশিষ্ট শিক্ষাবিদ সোণম ৱাংচুকক। প্রতিবাদস্থলীৰ পৰা আঁতৰাইছে প্ৰতিবাদকাৰীসকলক!



15/07/2026

কেদাৰনাথত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন‍্যায়ৰ বাবে ‍ মহাদেৱক ‍প্ৰাৰ্থনা জুবিন অনুৰাগীৰ ।
কেদাৰনাথত গুঞ্জৰিত হল ‘জয় জুবিন দা’ ধ্বনি ।


15/07/2026

ৰপেটাৰোডত অবৈধ সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।
বৰপেটাৰোড ৰাস মন্দিৰৰ সমীপত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সামগ্ৰী জব্দ ।
গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল অভিযান
আৰক্ষীৰ এই অভিযানৰ মাজতে অবৈধ সামগ্ৰী সৰবৰাহকাৰীটোৱে গাঞ্জা এৰি পলায়ন কৰে ।


Address


Website

Alerts

Be the first to know and let us send you an email when Barnagar Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your establishment to be the top-listed Arts & Entertainment?

Share