Ayra Motion Pictures

Ayra Motion Pictures Production house

24/07/2026
21/07/2026

আদিশক্তি”ৰ আন এটি মনোমোহা গীত ‘খৰিকাজাঁই’ৰ টিজাৰ।
আইৰা ম’শ্বন পিকচাৰছৰ বেনাৰত নিৰ্মিত আচুৰ্য বৰপাত্ৰৰ সুমধুৰ কণ্ঠৰে প্ৰাণ পাই উঠা ‘খৰিকাজাঁই’ ৰ সঙ্গীত গৌৰাংগ-বিশালৰ , গীতৰ কথা ৰাহুল গৌতম শৰ্মাৰ।

Another beautiful melody from Adishakti is here!

The teaser of “Khorikajai” is now out.

Produced under the banner of Ayra Motion Pictures, the song is beautifully sung by Achurjya Borpatra, with music by Gouranga–Bishal and lyrics by Rahul Gautam Sharma.

Adishakti AchurjyaBorpatra AyraMotionPictures GourangaBishal RahulGautamSharma NewMusic Teaser MusicTeaser ComingSoon MadeInAssam SupportAssameseCinema Reels TrendingReels

19/07/2026

The music album of Adishakti, produced under the banner of Ayra Motion Pictures, releases on 26th July 2026.

We are honoured to feature the soulful voice of Assam’s heartthrob Zubeen Gargin “Ani Bani”, beautifully written by Dr.Parthasarathi Mahanta and composed by Zublee

The full song premieres on 26th July 2026.

Stay tuned. 🎵✨

আইৰা মোছন পিকচাৰ্ছৰ বেনাৰত নিৰ্মিত অসমীয়া ছবি “আদিশক্তি”ৰ সংগীত এলবাম ২৬ জুলাই, ২০২৬ তাৰিখে মুক্তি পাব।এই এলবামৰ ড০ পাৰ...
19/07/2026

আইৰা মোছন পিকচাৰ্ছৰ বেনাৰত নিৰ্মিত অসমীয়া ছবি “আদিশক্তি”ৰ সংগীত এলবাম ২৬ জুলাই, ২০২৬ তাৰিখে মুক্তি পাব।

এই এলবামৰ
ড০ পাৰ্থ সাৰথি মহন্ত ৰ দ্বাৰা ৰচিত “অনি বনি” গীতটোত অসমৰ হৃদয় জয় কৰা কণ্ঠশিল্পী জুবিন গাৰ্গৰ সুৰীয়া কণ্ঠ আৰু জুবলী বৰুৱাৰ মনোমোহা সুৰে এক বিশেষ মাত্ৰা প্ৰদান কৰিছে।

সম্পূৰ্ণ গীতটো ২৬ জুলাই, ২০২৬ তাৰিখে মুক্তি পাব।

আমি সকলোৰে মৰম আৰু আশীৰ্বাদ কামনা কৰিলোঁ। ❤️🎶

#আদিশক্তি #অনি_বনি #জুবিনগাৰ্গ #জুবলীবৰুৱা #অসমীয়াচলচ্চিত্ৰ

The music album of Adishakti, produced under the banner of Ayra Motion Pictures, releases on 26th July 2026.

We are honoured to feature the soulful voice of Assam’s heartthrob, Zubeen Garg, in “Ani Bani”, beautifully written by Dr. Parthasarathi Mahanta and composed by Zublee Baruah.

The full song premieres on 26th July 2026.

Stay tuned. 🎵✨

Ani Bani is a soulful romantic track from the Assamese feature film...

অসমীয়া ছবিজগতৰ জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰবী শৰ্মাৰ আকস্মিক প্ৰয়াণৰ খবৰে আমাক গভীৰভাৱে মৰ্মাহত কৰি তুলিছে। ...
14/07/2026

অসমীয়া ছবিজগতৰ জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰবী শৰ্মাৰ আকস্মিক প্ৰয়াণৰ খবৰে আমাক গভীৰভাৱে মৰ্মাহত কৰি তুলিছে। তেখেতৰ মৃ*ত্যুত অসমৰ সাংস্কৃতিকমহলে এগৰাকী সুদক্ষ শিল্পীক হেৰুৱালে, যাৰ অভাৱ সদায় অনুভৱ হ’ব।
মাত্ৰ ষোল্লবছৰ বয়সতে 'আজলী নবৌ' ছবিৰে অসমীয়া চিনেমাত খোজ পেলোৱা পূৰবী শৰ্মাই পৰৱৰ্তী সময়ত প্ৰভাতী পখীৰ গান, পাহাৰী কন্যা, এণ্টনী মোৰ নাম, সোণমইনা, কন্যাদান আদি ছবিৰ যোগেদি অসমীয়া দৰ্শকৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

তেখেতৰ বিদেহ আত্মাই বৈকুণ্ঠধামত চিৰশান্তি লাভ কৰক।
ওঁম শান্তি ।

কাইলৈ অৰ্থাৎ সোমবাৰৰ পৰা পৱিত্ৰ কামাখ্যা ধামত আৰম্ভ হ'ব বছৰেকীয়া অম্বুবাচী  মেলা। অম্বুবাচী কেৱল এটা উৎসৱ নহয়, ই হৈছে ...
21/06/2026

কাইলৈ অৰ্থাৎ সোমবাৰৰ পৰা পৱিত্ৰ কামাখ্যা ধামত আৰম্ভ হ'ব বছৰেকীয়া অম্বুবাচী মেলা। অম্বুবাচী কেৱল এটা উৎসৱ নহয়, ই হৈছে নাৰী শক্তি আৰু উৰ্বৰতাৰ পৰম্পৰাগত উদযাপন।
এই পৱিত্ৰ ক্ষণত মা কামাখ্যাক প্ৰণিপাত জনাই আমিও সাজু হৈছোঁ আমাৰ আহিবলগীয়া ছবি "আদিশক্তি"ক আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ।
পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ অন্যায়ৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়া নাৰীৰ সাহস, ঐক্যতা, বিশ্বাস আৰু ত্যাগৰ এক অনন্য কাহিনী আৰু অলেখ ঘটনা- পৰিঘটনাৰ মেটমৰা সম্ভাৰ লৈ 'আইৰা ষ্টুডিঅ’জৰ বেনাৰত নিৰ্মিত “আদিশক্তি” অহা ৪ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে ছবিগৃহত মুক্তি লাভ কৰিব।

আজি ২০ জুন, অসমীয়া সংস্কৃতিৰ মহীৰূহ, মুক্তি যুঁজাৰু, বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ স্মৃতি দিৱস। এই পবিত...
20/06/2026

আজি ২০ জুন, অসমীয়া সংস্কৃতিৰ মহীৰূহ, মুক্তি যুঁজাৰু, বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ স্মৃতি দিৱস। এই পবিত্ৰ দিনটোত কলাগুৰুদেৱৰ চৰণত জনাইছোঁ একাঁজলি সপ্ৰেম শ্ৰদ্ধাঞ্জলি।

আহি আছে ‘আদিশক্তি’ (Adishakti) 🎬:** অহা **৪ ছেপ্টেম্বৰ, ২০২৬** তাৰিখে। আপোনাৰ ওচৰৰ ছবিগৃহত চাবলৈ নাপাহৰিব!আইৰা ষ্টুডিঅ’জ...
11/06/2026

আহি আছে ‘আদিশক্তি’ (Adishakti) 🎬
:** অহা **৪ ছেপ্টেম্বৰ, ২০২৬** তাৰিখে। আপোনাৰ ওচৰৰ ছবিগৃহত চাবলৈ নাপাহৰিব!

আইৰা ষ্টুডিঅ’জৰ (Ayra Studios) বেনাৰত নিৰ্মিত আগন্তুক অসমীয়া ছবি **“আদিশক্তি”**ৰ Sound Mixing ৰ কাম বৰ্তমান সম্পূৰ্ণ হৈ উঠিছে।

🎙️ Sound Designer: বলয় কুমাৰ দলৈ (Boloy Kumar Doloi)
🎹 Background Music: অৰবিন্দ নেওগ / আপু (Arabinda Neog / Apu)
তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, গভীৰ নিষ্ঠা আৰু অনন্য সৃষ্টিশীলতাই ছবিখনক দিছে এক সুকীয়া মাত্ৰা। বিশ্বাস, ত্যাগ আৰু অন্তৰ্নিহিত সাহসৰ এক আকৰ্ষণীয় কাহিনীৰে ছবিখনে আপোনালোকৰ হৃদয় চুই যাব বুলি আমি আশাবাদী।
এই দীঘলীয়া যাত্ৰাত প্ৰতি খোজতে জড়িত থকা আমাৰ সমগ্ৰ টিমলৈ আৰু আপোনালোক সকলোলৈকে আন্তৰিক ধন্যবাদ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আমাৰ সদায় কাম্য।

Address

Gauhati
781028

Website

Alerts

Be the first to know and let us send you an email when Ayra Motion Pictures posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category