Axom Plus Live

Axom Plus Live Follow us for daily updates
Media,News,Motivation, Entertainment etc
Day by Day 24×7
(1)

♦️সু-প্ৰভাত আজি ২০ জুন , শনিবাৰ, ২০২৬। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো♦️Assamese Rashifol.
19/06/2026

♦️সু-প্ৰভাত আজি ২০ জুন , শনিবাৰ, ২০২৬। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো♦️
Assamese Rashifol.

♦️চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱালৈ আদালতৰ চমনAxom Plus Breaking Update
19/06/2026

♦️চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱালৈ আদালতৰ চমন
Axom Plus Breaking Update

📍জয় জুবিন দা 🙏❤️সামাজিক মাধ্যমত আৱেগিকক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ  "কেতিয়াও ভাবিব নোৱাৰা এটা জীৱন কটাই আছোঁ ।  জীয়াই ...
19/06/2026

📍জয় জুবিন দা 🙏❤️
সামাজিক মাধ্যমত আৱেগিকক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ
"কেতিয়াও ভাবিব নোৱাৰা এটা জীৱন কটাই আছোঁ । জীয়াই আছো মাথো ! কিয় আছো ,, কেনেকৈ আছো, নাজানো ।
মাথো তোমাক কথা দিছো তোমাৰ আদৰ্শৰে , তোমাৰ ভালপোৱাবোৰেৰে বাকী থকা দিনবোৰ ভৰাই ল'ম!"

Jay Zubeen Daa

Disclaimer: Axom Plus Live shares this content for informational and public awareness purposes only. Full credit and all rights belong to the original source and creator.

🟥হঠাৎ হাতলৈ অৰ্থ আহিব লিখক- ২৩১১জয় মা লক্ষ্মী দেৱী। Jay Maa Lakshmi Devi.
19/06/2026

🟥হঠাৎ হাতলৈ অৰ্থ আহিব
লিখক- ২৩১১
জয় মা লক্ষ্মী দেৱী। Jay Maa Lakshmi Devi.

Good Morning 🌄 19 জুন আজি শুক্ৰবাৰ ♦️দৈনিক শুভ ৰাশিফল। আজিৰ দিনটো আপোনাৰ শুভ হক।Assamese Rashifol. Axom Plus Live
18/06/2026

Good Morning 🌄 19 জুন আজি শুক্ৰবাৰ ♦️
দৈনিক শুভ ৰাশিফল। আজিৰ দিনটো আপোনাৰ শুভ হক।
Assamese Rashifol. Axom Plus Live

📍গণেশগুৰিত পুনৰ প্ৰাণ পালে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিয়ে। অংকন সম্পন্ন কৰিলে মাৰ্চেল বৰুৱাই। Zubeen Garg
18/06/2026

📍গণেশগুৰিত পুনৰ প্ৰাণ পালে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিয়ে। অংকন সম্পন্ন কৰিলে মাৰ্চেল বৰুৱাই।

Zubeen Garg

♦️জয় জুবিন দা🙏💚গণেশগুৰীৰ একে ঠাইতে আঁকি আছে মৰমৰ জুবিন গাৰ্গৰ ছবি। ওলাই আহিছে শ শ জুবিন অনুৰাগীJay Zubeen Daa
18/06/2026

♦️জয় জুবিন দা🙏💚
গণেশগুৰীৰ একে ঠাইতে আঁকি আছে মৰমৰ জুবিন গাৰ্গৰ ছবি। ওলাই আহিছে শ শ জুবিন অনুৰাগী
Jay Zubeen Daa

📌জুবিন-গৰিমাৰ প্ৰিয় ইক' হেৰাইছে। কোনোবাই দেখিলে, খবৰ পালে জনাবলৈ আহ্বান গৰিমাৰ
18/06/2026

📌জুবিন-গৰিমাৰ প্ৰিয় ইক' হেৰাইছে। কোনোবাই দেখিলে, খবৰ পালে জনাবলৈ আহ্বান গৰিমাৰ

📌বহুত দূখ লাগিল বুকুখন বিষাই গল জুবিন গাৰ্গৰ ছবিখনে চহৰখনক ইমান কদৰ্য্য ৰূপ দিছিল নে ? নে অপ্ৰয়োজনীয় আছিল একেবাৰেই?মচি...
18/06/2026

📌বহুত দূখ লাগিল বুকুখন বিষাই গল
জুবিন গাৰ্গৰ ছবিখনে চহৰখনক ইমান কদৰ্য্য ৰূপ দিছিল নে ? নে অপ্ৰয়োজনীয় আছিল একেবাৰেই?
মচি পেলোৱাৰ পিছত হয়তো গুৱাহাটীয়ে এক বিশেষ সুন্দৰ ৰূপ পালে নহয়নে ?
মানুহবোৰৰ হৃদয়ৰ পৰা পাৰিবনে প্ৰাণৰ আপোনজনক ছবিখনৰ দৰেই মচি পেলাব ? দুখ লাগিছে, কিন্তু খং বা ক্ষোভ নাই ।

আপোনালোকে ভাবিছে.. আপোনালোকে কৰিছে । আত্মাৰ সান্নিধ্য আৰু প্ৰাণৰ অনুভৱক অধিক বিশ্বাস কৰা মানুহ আমিবোৰ । আপোনালোকে হয়তো ক'ব.. অহেতুক আৱেগ। কিন্তু আমাৰ বাবে আমাৰ বিশ্বাসেই সঁচা আৰু শুদ্ধ । তেওঁ অমৰ,, মনে প্ৰাণে আৱেগে বিবেকে সকলোতে শিপাই আছে । চিৰদিন থাকিব ।

Justice For Zubeen Garg

🚨পুনৰ জামিন বিচাৰি উচ্চ ন্যায়ালয়ত দ্বাৰস্থ সন্দীপন গাৰ্গJustice For Zubeen Garg
18/06/2026

🚨পুনৰ জামিন বিচাৰি উচ্চ ন্যায়ালয়ত দ্বাৰস্থ সন্দীপন গাৰ্গ
Justice For Zubeen Garg

Address

Guwahati
Rangia

Alerts

Be the first to know and let us send you an email when Axom Plus Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Axom Plus Live:

Share