14/01/2023
#মোৰ আবেগ ,
মৰম ভালপোৱা🥰
সাহস,প্ৰেৰণা এইবোৰে
এইবোৰৰ মাজতে নিজকে সুখী অনুভৱ কৰো।।
💚💚🌿🌿
মোৰ এই নৃত্যটোৰ জৰিয়তেই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো🤗🥰🥰...আহি থকা ক্ষণবোৰ সকলোৰে ৰঙীণ হৈ পৰক😊😊🥰
#নৃত্য প্ৰতিযোগিতাৰ বাবে গুৱাহাটীত(Gorchuk,Datalpara) অনুষ্ঠিত হৈ যোৱা ভিডিঅ,...কেনেকুৱা হৈছে জনাব দেই....😊😊
Again n Happy bhogali bihu to all of u🤗🤗🤗