Arnab Kalita

Arnab Kalita অসমীয়া সমাজ জীৱনৰ কলা সংস্কৃতি দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰোঁ আপোনালোয়ে সহায় সহযোগিতা আগবঢ়াব ।।

22/06/2026

অম্বুবাচী মেলাৰ শুভেচ্ছাৰে।।

20/06/2026

দেখা নাই মই কি কৰি আছো । 😁

18/06/2026

Big Breaking

কামৰূপ জিলাৰ চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠনৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ পছন্দ মতে ড্ৰেছ পিন্ধিব পাৰিব । অতিমাত্ৰা গৰমৰ বাবে স্কুল পৰিদৰ্শকে জনাইছে।

আশি দশকত এনেকৈ ভাত খোৱাৰ মজাই বেলেগ আছিল , কোনে কোনে এতিয়াও এনেকৈ ভাত খাই ?
18/06/2026

আশি দশকত এনেকৈ ভাত খোৱাৰ মজাই বেলেগ আছিল , কোনে কোনে এতিয়াও এনেকৈ ভাত খাই ?

কিমান ভাল পালে নিজৰ প্ৰেয়সীক এনেকৈ হাতত অংকন কৰি ৰাখিব পাৰে ।
16/06/2026

কিমান ভাল পালে নিজৰ প্ৰেয়সীক এনেকৈ হাতত অংকন কৰি ৰাখিব পাৰে ।

13/06/2026

অহ যাদৱ উঠা বনমালী।। ট্ৰেইনত ইমান ধুনীয়াকৈ সুৰ দিবলৈ চেষ্টা কৰিছে।।

কেতিয়াবা মানুহক অলপ মনোৰঞ্জনৰ প্ৰয়োজন।।
12/06/2026

কেতিয়াবা মানুহক অলপ মনোৰঞ্জনৰ প্ৰয়োজন।।

অলপ ফুৰিলোঁ ।।
10/06/2026

অলপ ফুৰিলোঁ ।।

10/06/2026

ৰঙিয়া পদুম পুখুৰী।। আৰু অলপ খেল ধেমালিৰ আচবাব আনিব পাৰিলে ভাল হলহেঁতেন ।।

08/06/2026

অসমীয়া শিল্পী সমাজ কত গল?

Address

Rangia
Rangia
781354

Telephone

+919954005828

Website

Alerts

Be the first to know and let us send you an email when Arnab Kalita posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share