Gogoi Official

Gogoi Official Welcome to our Gogoi official page!
কথা কম, অনুভূতি বেছি।
� কবিতা | � Reels | � ইতিহাস
� Stay Connected

29/07/2026

With Homoy – I just got recognized as one of their top fans!

সকলো দুখ শব্দেৰে ক'ব নোৱাৰি...কিছুমান অনুভূতি কেৱল হৃদয়েই বুজে। #হৃদয়  #অনুভূতি  #নীৰৱতা  #ভালপোৱা  #অসমীয়া          ...
13/07/2026

সকলো দুখ শব্দেৰে ক'ব নোৱাৰি...
কিছুমান অনুভূতি কেৱল হৃদয়েই বুজে। #হৃদয় #অনুভূতি #নীৰৱতা #ভালপোৱা #অসমীয়া

13/07/2026

পৰম্পৰা # # Assames reel photo

13/07/2026

"প্ৰতিটো দুখৰেই এটা শেষ আছে, কেৱল সময়ৰ অপেক্ষা।" ��Assamese reels # #অসমীয়া










09/07/2026

� স্মৃতি...
কিছুমান মুহূৰ্ত কেতিয়াও পুৰণি নহয়।
� নীৰৱতা • অনুভূতি • বাস্তৱতা
� Assamese Emotional Content #স্মৃতি #অনুভূতি #বাস্তৱতা #অসমীয়া

09/07/2026

� কাকো ক'ব নোৱাৰা শব্দবোৰ...নীৰৱতাত লুকাই থকা অনুভৱৰ ঠিকনা।� Assamese Quotes | Reality | Emotional #কাকোকবনোৱাৰাশব্দবোৰ #অনুভূতি #নীৰৱতা #স্মৃতি #বাস্তৱতা #অসমীয়া

03/07/2026

� "আবেলিৰ নীৰৱতাই বহু কথা কয়, যিবোৰ মানুহে কেতিয়াও ক'ব নোৱাৰে।" �
#আবেলি #অনুভূতি #বাস্তৱতা #নীৰৱতা #স্মৃতি #অসমীয়া

02/07/2026

� The Unseen One
� যিবোৰ অনুভূতি কোৱা নাযায়, সেইবোৰ ইয়াত লিখা হয়।
� স্মৃতি, নীৰৱতা, বাস্তৱতা আৰু হৃদয়ৰ অলিখিত কাহিনী।
� প্ৰতিটো শব্দ হয়তো কাৰোবাৰ জীৱনৰ প্ৰতিচ্ছবি। #ফুলৰসুগন্ধি #স্মৃতি #অনুভূতি # #অসমীয়া_লেখা

02/07/2026

নেদেখা মানুহজনো কেতিয়াবা জীৱনৰ আটাইতকৈ আপোন অনুভৱ হৈ ৰয়। � #নেদেখাজন #অনুভূতি #নীৰৱভালপোৱা #অসমীয়া

Address

Tingkhong
Dibrugarh
786612

Website

Alerts

Be the first to know and let us send you an email when Gogoi Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share