Dhubri Events

Dhubri Events ENTERTAINMENT

Wishing you and your loved ones a Rongali Bihu filled with joyous celebrations and great spirits. May your life be fille...
14/04/2022

Wishing you and your loved ones a Rongali Bihu filled with joyous celebrations and great spirits. May your life be filled with blessings.

08/04/2022
02/06/2020

मोदी लुक लाइक शिवाजी महाराज

01/06/2020

আজিৰ পৰা সান্ধ্য আইন তথা কৰ্ফিউ ৰাতি ৯ বজাৰ পৰা পিছদিনা ৰাতিপুৱা ৫ বজালৈ প্ৰযোজ্য

25/05/2020

সতৰ্কবাণী --

ৰাজ্যত পুণৰ ৪৮ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ১৬ গৰাকী কৰিগঞ্জৰ , ৮ গৰাকী লখিমপুৰৰ, ৮ গৰাকী গুৱাহাটীস্থিত পৃথকীকৰণ কেন্দ্ৰৰ, ৫ গৰাকী কাছাৰৰ, ৪ গৰাকী হাইলাকান্দিৰ, ৩ গৰাকী দক্ষিণ শালমাৰাৰ, ২ গৰাকী নলবাৰীৰ, এগৰাকী মৰিগাঁৱৰ আৰু এগৰাকী গোৱালপাৰাৰ ৷

↗ অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা -- ৫১৪ জন ৷

↗ ৰাজ্যত সম্প্ৰতি ৪৪৫ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
↗ সুস্থ হোৱা ৰোগীৰ সংখ্যা - ৬২
↗ বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা - ৪
↗ তিনিগৰাকী ৰোগী নিজ ৰাজ্যলৈ উভতি গৈছে ৷

📌Alert ~ 48 new cases of +.

16 Karimganj, 8 Lakhimpur, 8 Ghy Qrnt, 5 Cachar, 4 Hailakandi, 3 South Salmara, 2 Nalbari, 1 each Morigaon / Goalpara

↗️Total cases 514
↗️Recovered 62
↗️Active cases 445
↗️Deaths 04
↗️Migrated 03

Update 5:50 pm/May 25

22/05/2020
19/05/2020

সতৰ্কবাণী --

ৰাজ্যত নতুনকৈ ৬ গৰাকী ব্যক্তি কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ৩ গৰাকী ব্যক্তি গুৱাহাটীৰ ৷ দুগৰাকী ব্যক্তি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বিয়োগ হোৱা কৰ্কট ৰোগীগৰাকীৰ পত্নী তথা কন্যা ৷ আন দুগৰাকী ব্যক্তি কৰিমগঞ্জৰ ৷ আনহাতে এগৰাকী ব্যক্তি সৰুসজাইৰ পৃথকীকৰণ কেন্দ্ৰৰ ৷ ইয়াৰ ফলত ৰাজ্যত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১৪১ গৰাকী হ'লগৈ ৷

Alert - 6 new + cases confirmed. Out of the 3 from Guwahati, 2 are related to a cancer patient who lost his life at GMCH (wife & daughter). 2 patients are from Karimganj and one from Sarusajai quarantine centre. Total patient count goes up to 141.

Update 6:35 pm / May 19

15/05/2020

In the interest of maintenance of public hygiene and to prevent further spread of COVID-19 virus, all kinds of transactions as well as administrative functions of Allahabad Bank, Machkhowa Branch, Guwahati has been stopped with immediate effect.

Address

Dhubri
783301

Telephone

+916002156832

Website

Alerts

Be the first to know and let us send you an email when Dhubri Events posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Dhubri Events:

Share