GogoiJayashri

GogoiJayashri আমি জুবিন যুগৰ মানুহ 💪💪 মানুহক দুখ দি ঈশ্বৰক পুজা কৰি লাভ নাই 👍👍জয় জুবিনদা ✊✊

বিনা স্বাৰ্থত আনক সহায় কৰা মানুহ খুব কমেই,তাৰে ভিতৰত কোনো স্বাৰ্থ নাৰাখি মানুহক সহায় কৰা ল'ৰা এইজন ♥️(ছোৱালী এজনী চাই ...
24/05/2026

বিনা স্বাৰ্থত আনক সহায় কৰা মানুহ খুব কমেই,তাৰে ভিতৰত কোনো স্বাৰ্থ নাৰাখি মানুহক সহায় কৰা ল'ৰা এইজন ♥️(ছোৱালী এজনী চাই দিব ভাত পানী চপ বনাই দিব)😂 ゚

Good morning 🌄 have a nice day 🌻🌻
24/05/2026

Good morning 🌄 have a nice day 🌻🌻

কথাটো কিমান সঁচা নাজানো কিন্তু সঁচা নহ ওক যেন এইয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা 🙏🙏
23/05/2026

কথাটো কিমান সঁচা নাজানো কিন্তু সঁচা নহ ওক যেন এইয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা 🙏🙏

জীৱনত দুজন বন্ধু লাগে এজন কৃষ্ণৰ দৰে যিয়ে বন্ধুৰ জয় নিশ্চিত কৰে🙏 আৰু আন জন কণৰ দৰে যিয়ে সাৰিব বুলি জানিও বন্ধুত্ব ত্য...
23/05/2026

জীৱনত দুজন বন্ধু লাগে এজন কৃষ্ণৰ দৰে যিয়ে বন্ধুৰ জয় নিশ্চিত কৰে🙏 আৰু আন জন কণৰ দৰে যিয়ে সাৰিব বুলি জানিও বন্ধুত্ব ত্যাগ নকৰে শুভ ৰাতি পুৱা 🌅🌅

কৃষ্ণ কৃষ্ণ কৃপা কৰিবা প্ৰভু 🙏🙏
22/05/2026

কৃষ্ণ কৃষ্ণ কৃপা কৰিবা প্ৰভু 🙏🙏

অকমাণিয়ে ভাত খাব পাৰিছে দেই
22/05/2026

অকমাণিয়ে ভাত খাব পাৰিছে দেই

ঠাণ্ডা গৰম কোনে কি ভাল পোৱা খাই যোৱা 👍🤤
22/05/2026

ঠাণ্ডা গৰম কোনে কি ভাল পোৱা খাই যোৱা 👍🤤

22/05/2026

মানুহে নোখোৱাকৈ কুকুৰক ভাত দিব পাৰি নাই জনাব চোন

সময় বহুত হ'ল খাই শুই থাকক আৰু 🥱🥱 শুভ ৰাতি 🥱        #
21/05/2026

সময় বহুত হ'ল খাই শুই থাকক আৰু 🥱🥱 শুভ ৰাতি 🥱 #

21/05/2026

গাওঁ মানেই সন্ধিয়া ডবাৰ মাত 🙏🙏🙏

নামঘৰত 🙏🙏 গুৰুত্বপূৰ্ণ আলোচনা বানপানীৰ সমস্যাৰ পৰা নিমখ তেলৰ সমস্যা লৈকে নিবনুৱা সমস্যাৰ পৰা গেছৰ সমস্যা লৈকে বুলি ভাবে ...
21/05/2026

নামঘৰত 🙏🙏 গুৰুত্বপূৰ্ণ আলোচনা বানপানীৰ সমস্যাৰ পৰা নিমখ তেলৰ সমস্যা লৈকে নিবনুৱা সমস্যাৰ পৰা গেছৰ সমস্যা লৈকে বুলি ভাবে নেকি 😂 😂 বুজাই বুজিছে আৰু নে কি 😂 এই সময়ছোৱাত আমাৰ আলোকচিত্ৰ খন ধৰি ৰখাৰ বাবে কাকুদা ধন্যবাদ 🙏

Address

Dergaon

Website

Alerts

Be the first to know and let us send you an email when GogoiJayashri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share