08/07/2026
❤️ আপোনালোকৰ অকুণ্ঠ মৰম আৰু আশীৰ্বাদৰ বাবে আন্তৰিক কৃতজ্ঞতা। 🙏
আমাৰ সংগীত "গাতিগি"-এ YouTube-ত ১ লাখ (100K+) Views অতিক্ৰম কৰাৰ এই আনন্দময় ক্ষণত প্ৰতিগৰাকী দৰ্শক, শুভাকাঙ্ক্ষী আৰু অনুৰাগীলৈ অন্তৰৰ গভীৰৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আপোনালোকৰ প্ৰতিটো View, Like, Comment, Share আৰু উৎসাহে আমাক আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা যোগাইছে। এই সফলতা কেৱল আমাৰ নহয়, ই আপোনালোক সকলোৰে মৰম, বিশ্বাস আৰু সমৰ্থনৰ ফল।
আগলৈও দেউৰী সংস্কৃতি, ভাষা আৰু সংগীতক অধিক সুন্দৰ ৰূপত বিশ্বৰ আগত দাঙি ধৰিবলৈ আমি সদায় চেষ্টা অব্যাহত ৰাখিম। আপোনালোকৰ এনেকুৱা মৰম আৰু সমৰ্থন সদায় আমাৰ লগত থাকক।
Yayashree Deori | Nitul Dadhara