Jana Neta Hemanta Kumar Deka Memorial Trust

  • Home
  • Jana Neta Hemanta Kumar Deka Memorial Trust

Jana Neta Hemanta Kumar Deka Memorial Trust Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jana Neta Hemanta Kumar Deka Memorial Trust, .

জননেতা হেমন্ত কুমাৰ ডেকা সোঁৱৰণী ন্যাসৰ উদ্যোগত আৰু পুত্ৰ কিশোৰী নন্দন ডেকাৰ সৌজন্যত বুঢ়া, বৰবড়ী , বৰপথাৰ, ভেৰৱা আদি ব...
12/04/2026

জননেতা হেমন্ত কুমাৰ ডেকা সোঁৱৰণী ন্যাসৰ উদ্যোগত আৰু পুত্ৰ কিশোৰী নন্দন ডেকাৰ সৌজন্যত বুঢ়া, বৰবড়ী , বৰপথাৰ, ভেৰৱা আদি বিভিন্ন অঞ্চলত স্থানীয় ৰাইজৰ সহযোগত কালি ইং ১১/০৪/২০২৬ তাৰিখ শনিবাৰে জননেতা হেমন্ত কুমাৰ ডেকা দেৱৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে গছপুলি ৰোপণ কৰে। পঞ্চায়তী ৰাজ ব্যৱস্থাৰ দৰং জিলা পৰিষদৰ দুনী- দিপীলা জিলা পৰিষদ সমষ্টিৰ সদস্য ৰূপে তৃতীয় বাৰৰ বাবে প্ৰতিনিধিত্ব কৰাৰ সময়ত হেমন্ত কুমাৰ ডেকাই বিভিন্ন স্থানত উন্নয়ন মূলক কাম কৰিছিল। ইয়াৰ উদাহৰণ স্বৰূপে বৰবড়ী চ'কৰ ২৫ লাখ টকীয়া বজাৰ গৃহ, ভেৰুৱাত ৮ লাখ টকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহ, ৩ লাখ ৮৫ হাজাৰ টকীয়া গভৰা নাথ চুবুৰীৰ ৰাজহুৱা স্থানৰ চৌহদৰ বেৰ,বুঢ়া প্ৰাথমিক বিদ্যালয়ৰ ১ লাখ টকা ব্যয়ৰে মূল তোৰণ নিৰ্মাণ, শ্ৰী শ্ৰী পদ্মাথান দেৱালয়ৰ পকী চৌহদ বেৰ নিৰ্মাণ ইত্যাদি। এই ঠাই সমূহত ৰাইজে কালি খুব সুন্দৰ ভাৱে তেওঁৰ জন্মদিনটো উদযাপন কৰে। লগতে অনাগত ভৱিষ্যতত তেখেতৰ নামত নিৰ্মাণ এন্যাসৰ সকলো সমাজ কল্যাণমুখী কাম কাজত ৰাইজে সহযোগ কৰিব বুলি জানিব দিয়ে।

জননেতা হেমন্ত কুমাৰ ডেকাৰ তৃতীয় কাৰ্যকালত পূৰ্ৱৰ দুনী- দিপীলা জিলা পৰিষদ সমষ্টিৰ ৰাইজলৈ আগবঢ়োৱা সেৱাৰ স্থান সমূহত কাইল...
10/04/2026

জননেতা হেমন্ত কুমাৰ ডেকাৰ তৃতীয় কাৰ্যকালত পূৰ্ৱৰ দুনী- দিপীলা জিলা পৰিষদ সমষ্টিৰ ৰাইজলৈ আগবঢ়োৱা সেৱাৰ স্থান সমূহত কাইলৈ স্থানীয় ৰাইজৰ সহযোগত বৃক্ষ ৰোপণ কৰা হব। আপোনালোকক সেৱাৰে আমন্ত্ৰণ জনালোঁ।

Jana Neta Hemanta Kumar Deka Memorial Trust Hemanta Kumar Deka

22/03/2026

আপোনালোকক জনাবলৈ পাই মই সুখ অনুভৱ কৰিছো যে যোৱা ইংৰাজী ২৪ জানুৱাৰী ২০২৬ তাৰিখে মোৰ পিতৃৰ নামত মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে যি স্কলাৰশ্বিপ আঁচনিৰ ব্যৱস্থা কৰিছিলোঁ সেই আঁচনিৰ অধীনত আজি সকলো ছাত্ৰ ছাত্ৰীৰ এডমিচন সম্পূৰ্ণ হৈছে।

আগন্তুক দুবছৰৰ বাবে সেই সকল ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক খৰছ আমি বহন কৰাৰ যি প্ৰতিশ্ৰুতি দিছিলো সেই প্ৰচেষ্টা আজিৰ পৰা আৰম্ভ হৈছে।

কিছু দিনৰ পাছত আমি আনুষ্ঠানিক ভাৱে সেই সকল মেধাৱী শিক্ষাৰ্থীক সম্ভাষণ জনাম।

20/02/2026

আমাৰ উদ্যোগত কালি বাঘৰবাৰী প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা "কল্যাণ কিৰণ' ৰ প্ৰথমটো স্বাস্থ্য সেৱা শিবিৰত যথেষ্ঠ সংখ্যক লোকে অংশগ্ৰহণ কৰে। সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

18/02/2026
01/02/2026

Press Meet:📺
৩) স্বাস্থ্যখণ্ড সন্দৰ্ভত:

যোগাযোগ:7099187539,8099409678

28/01/2026

Press Meet:📺
২) শ্ৰদ্ধাঞ্জলি গ্ৰন্থ সন্দৰ্ভত:

যোগাযোগ: 7086181399,9101939516,8099409678

Hemanta Kumar Deka

25/01/2026

ৰাইজলৈ এই আঁচনিখন মুকলি কৰিলোঁ। আশা ৰাখিছোঁ আগন্তুক দিনত এই আঁচনিখনৰ জৰিয়তে কাৰোবাৰ মুখত হাঁহি বিৰিঙিব।কাৰোবাৰ সপোন পূৰণ হব।

কালি গভৰা-চমুৱাপাৰা স্পৰ্টচ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাইজমানি দলীয় বেডমিণ্টন প্ৰতিযোগিতাত "জননেতা হেমন্ত কুমাৰ ডে...
04/01/2026

কালি গভৰা-চমুৱাপাৰা স্পৰ্টচ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাইজমানি দলীয় বেডমিণ্টন প্ৰতিযোগিতাত "জননেতা হেমন্ত কুমাৰ ডেকা সোঁৱৰণী বঁটা" ৰূপে প্রথম আৰু দ্বিতীয় পুৰস্কাৰৰ দুটি ট্ৰফী পৰিয়ালে ক্লাৱলৈ আগবঢ়ায়।

Address


Opening Hours

Monday 09:00 - 17:00
Tuesday 09:00 - 17:00
Wednesday 09:00 - 18:00
Thursday 09:00 - 18:00
Friday 09:00 - 18:00
Saturday 09:00 - 18:00
Sunday 09:00 - 18:00

Website

Alerts

Be the first to know and let us send you an email when Jana Neta Hemanta Kumar Deka Memorial Trust posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your establishment to be the top-listed Arts & Entertainment?

Share