Nitya Gyanam Kala Kendra Sakhati

Nitya Gyanam Kala Kendra Sakhati Institute of Sattriya Dance,Folk Dance and Creative Dance

দ্বিতীয় বাৰ্ষিক বন্দাপাৰা আঞ্চলিক ৰাস মহোৎসৱত  #নৃত্যজ্ঞানমকলাকেন্দ্ৰ,শাখাতি ৰ ছাত্ৰী সকলে সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল...
08/11/2025

দ্বিতীয় বাৰ্ষিক বন্দাপাৰা আঞ্চলিক ৰাস মহোৎসৱত #নৃত্যজ্ঞানমকলাকেন্দ্ৰ,শাখাতি ৰ ছাত্ৰী সকলে সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল নৃত্য প্ৰদৰ্শন কৰে। উদযাপন সমিতিৰ সমূহ বিষয়- ববীয়াৰ লগতে অভিভাৱক সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ 🙏🙏

Programme photos of Nritya Gyanam Kala Kendra's students
23/07/2025

Programme photos of Nritya Gyanam Kala Kendra's students

Students of Nritya Gyanam Kala Kendra,Sakhati,Kamrup(r)
23/07/2025

Students of Nritya Gyanam Kala Kendra,Sakhati,Kamrup(r)

31/12/2024

দীঘলী সূতাৰপাৰা,ধূপধৰা প্ৰাথমিক শাখাৰ #সোণালী_জয়ন্তী_বৰ্ষ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত #নৃত্যজ্ঞানমকলাকেন্দ্ৰ_শাখাতি ৰ ছাত্ৰী সকলৰ দ্বাৰা মাটিআখৰা প্ৰদৰ্শন ৰ কিছু মুহূৰ্ত্ত। আমাক আমন্ত্ৰণ জনোৱাৰ বাবে সমূহ কৰ্ম-কৰ্তা সমূহলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ 🙏 #২৯/১২/২০২৪ #

নৃত্য জ্ঞানম কলা কেন্দ্ৰ ৰ‌ ছাত্ৰী সকলৰ নৃত্যানুষ্ঠানৰ কিছু মুহূৰ্ত্ত♥️🙏
12/10/2024

নৃত্য জ্ঞানম কলা কেন্দ্ৰ ৰ‌ ছাত্ৰী সকলৰ নৃত্যানুষ্ঠানৰ কিছু মুহূৰ্ত্ত♥️🙏

Students of Nitya Gyanam Kala Kendra  Sakhati,Kamrup.Some Beautiful memories of our students ❤️❤️
24/09/2024

Students of Nitya Gyanam Kala Kendra Sakhati,Kamrup.Some Beautiful memories of our students ❤️❤️

Address

Boko

Website

Alerts

Be the first to know and let us send you an email when Nitya Gyanam Kala Kendra Sakhati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share