Biswanath Blog

Biswanath Blog Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Biswanath Blog, Art, Gar Bhitar, Biswanath Chariali.

02/08/2026

অসমত উপস্থিত সমাজকর্মী হুছেইন মানছুৰী। বানপীড়িত ৰাইজক সহায়ৰ হাত আগবঢ়াইছে হুছেইন মঞ্জুৰি ডাঙৰীয়াই।
"মানৱ সেৱাই সর্বোচ্চ ধর্ম"।
আল্লাহতাআলাই তেওঁৰ এই মানৱসেৱামূলক প্ৰচেষ্টাক কবুল কৰক আৰু বানপীড়িত সকলো পৰিয়ালক সোনকালে স্বাভাৱিক জীৱনলৈ উভতি আহিবলৈ সহায় কৰক।
আমীন।

03/07/2026

I got over 20 reactions on one of my posts last week! Thanks everyone for your support! 🎉

29/06/2026

✅বিশ্বনাথৰ কে পি মেমৰিয়াল হাস্পতালত উত্তপ্ত পৰিস্থিত।

✅চিকিৎসক ডাঃ অমল শইকীয়া আটক। বিকলাংগ শিশু জন্ম হোৱাক কেন্দ্ৰ কৰি পৰিস্থিতিৰ সুত্রপাত।

✅জন্মৰ আগতে কৰিবলগীয়া পৰীক্ষা জন্মৰ পিছত কৰিবলৈ লিখি দিয়াৰ অভিযোগ।

✅কোন সঁচা কোন মিছা তদন্তৰ পাছতহে প্রকাশ পাব।

28/06/2026

বিশ্বনাথৰ কে পি মেমৰিয়ালত উত্তপ্ত পৰিস্থিতি, চিকিৎসক ডাঃ অমল শইকীয়া আটক*

বিশ্বনাথৰ ব্যক্তিগত চিকিৎসালয় কে পি মেমৰিয়ালত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলা আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হয়। উল্লেখ যে চতিয়াৰ মৃত্যুঞ্জয় বৰা নামৰ লোকজনৰ গৰ্ভৱতী পত্নীক প্ৰথমৰে পৰা কে পি মেমৰিয়ালৰ চিকিৎসক ডাঃ অমল শইকীয়াই চিকিৎসা প্রদানকৰি আহিছিল। আজি অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান জন্ম দিয়াৰ পিছত পিতৃ-মাতৃয়ে দেখে যে নৱজাতকটিৰ হাত-ভৰি সম্পূৰ্ণৰূপে বিকলাংগ

26/06/2026

Good night all facebook creator

26/06/2026

✅গৰাখহনীয়া কেৱল মাটি নহয়, মানুহৰ সপোনো কাঢ়ি নিয়ে।

✅ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই প্ৰতিদিনে বহু পৰিয়ালৰ ঘৰ, কৃষিভূমি আৰু জীৱিকা ধ্বংস কৰি আছে।

✅প্ৰকৃতি সংৰক্ষণ, গছপুলি ৰোপণ আৰু নদী সংৰক্ষণৰ ক্ষেত্ৰত আমি সকলোৱে দায়িত্বশীল হ'ব লাগিব।

নদী বচাওঁ, জীৱন বচাওঁ।

25/06/2026

✅সাৱধান হওঁক বিহপুৰীয়াৰ নৈ পৰীয়াবাসী অৰুণাচলত ডাৱৰ বিস্ফোৰণ।
✅নীপকোৱে এৰিলে কেইবাখনো গেটেৰে পানী।
✅যিকোনো সময়ত হ'ব পাৰে অনাকাংক্ষিত ঘটনা।
✅সাৱধান হওঁক আৰু আনকো সজাগ কৰক

25/06/2026

✅ চাকৰি নহয় এইবাৰ কামহে কৰিব লাগিব অসমীয়া ল'ৰাৰ।
✅যিমানেই কাম কৰিব সিমানেই অসমখন ৰক্ষা পৰিব বুলি মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
✅অৰ্থনীতি জাগৰণৰ বাবে অসমীয়া ল'ৰাই কৰিব লাগিব খেতি। তেতিয়াহে অসমখন আগুৱাই যাব।

24/06/2026

✅বুৰৈ নদীৰ বাঢ়নী পানীয়ে উঠোৱাই নিলে এখন বালি ভৰ্ত্তি ট্ৰেক্টৰ।
✅অৰুণাচল পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে বাঢ়িছে বুৰৈ নৈ। খৰস্রোতা বুৰৈ নৈৰ সোঁতত উঠি গ ল এখন ট্ৰেক্টৰ।

23/06/2026

✅এইগৰাকী পিতৃ-কন্যাৰ দুখ কোনোবা মন্ত্রী, বিধায়কে বুজি পাবনে?

✅অলপমান পলম হোৱাৰ কাৰণে NEET পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নিদিলে পৰীক্ষাৰ্থীক

✅পৰীক্ষা কেন্দ্ৰৰ আগতে ঢলি পৰিল দূৰ্ভগীয়া পিতৃ

Address

Gar Bhitar
Biswanath Chariali
784177

Website

Alerts

Be the first to know and let us send you an email when Biswanath Blog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category