Gutipara High School

Gutipara High School বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত গুটিপাৰা অঞ্চলত অৱস্থিত শৈক্ষিক প্ৰতিষ্ঠান "গুটিপাৰা হাই স্কুল"।

Dr T chandru
08/11/2024

Dr T chandru

23/11/2023

খাটো মানুষের ঘনো বুদ্ধি

05/10/2023

ও সাদের ভোমোরা | @ভনিতা নাথ

05/10/2023

kala najayo najayo | baro mashe tero full fute |

Singer: Vonita nath

22/09/2023

ছারিয়া নাযাইশ মোক প্ৰাণ ভোমোরা রে // হস্তীর কন্যা // গুলছানা পাৰবিন

Sariya najaish mok pran bhomora re // hostir konya// gulsana parbin

15/05/2023
08/05/2023

ল'ৰা-ছোৱালীক শিক্ষিত কৰক, আৰ্থিক অসুবিধা হ'লে সহযোগ কৰিম, উপযুক্ত বয়স হোৱাৰ আগতে ল'ৰা ছোৱালীক বিয়া নিদিব। এই মন্তব্য অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ সভাপতিৰ।

সাহাদত মানেই হাসি😁
06/05/2023

সাহাদত মানেই হাসি😁

♦️বিলাসী পাৰাৰ মায়াৰচৰত নিৰুদ্দেশ ১৫ বছৰীয়া কিশোৰ।♦️১৫ বছৰীয়া ল'ৰা নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ কাষ চাপিছে...
11/04/2023

♦️বিলাসী পাৰাৰ মায়াৰচৰত নিৰুদ্দেশ ১৫ বছৰীয়া কিশোৰ।
♦️১৫ বছৰীয়া ল'ৰা নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ কাষ চাপিছে সংবাদ মাধ্যমৰ।
♦️ মানৱতাৰ খাতিৰত শ্বেয়াৰ কৰি লৰাজনক বিচৰাত সহায় কৰিব পাৰে আপুনি।
♦️ ধুবুৰী জিলাৰ বিলাসী পাৰাৰ নায়েৰ আলগা আৰক্ষী চকীৰ অন্তৰ্গত মায়াৰচৰ ষষ্ঠ খণ্ড তথা বলিৰচৰৰ তাহাজ উদ্দিন মণ্ডলৰ পুত্ৰ শাহানুৰ ইছলাম মণ্ডল নিৰুদ্দেশ হৈছে সাত তাৰিখৰ পৰা। জানিব পৰামতে যোৱা সাত তাৰিখ শুক্ৰবাৰ খং কৰি ঘৰৰ পৰা ওলাই যায় যদিও ঘৰৰ মানুহে বিভিন্ন ঠাই তথা আত্মীয় স্বজনৰ ঘৰতো খোচ-বিচাৰ কৰিও সন্ধান পোৱা নাই। তিনি- চাৰিদিনৰ পৰা পুত্ৰক বিচাৰি হাহাকাৰ পৰিয়াল তথা আত্মীয়। ক'ৰবাত লগ পালেই ফোন কৰক 8486030282 নাইবা 8638139039 নম্বৰত ।



Address

Gutipara, PO: Gutipara, Education Block: Bilasipara, Dist: Dhubri
Bilasipara
783349

Website

Alerts

Be the first to know and let us send you an email when Gutipara High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share