Deeplina Deka

  • Home
  • Deeplina Deka
Call Contact the establishment

Deeplina Deka Artist. Assamese. Human. 🌿
Stories through music & cinema. Service through Deeplina Deka Foundation. With love, from Assam. 🤍
(302)

03/10/2026

🧡

ইমানবোৰ প্ৰত্যাহ্বান, ইমানবোৰ বাধা অতিক্ৰম কৰিও যেতিয়া এগৰাকী নাৰীয়ে বিজয়ৰ শিখৰত থিয় হয়—সেয়া কেৱল এটা পদক নহয়, সে...
02/10/2026

ইমানবোৰ প্ৰত্যাহ্বান, ইমানবোৰ বাধা অতিক্ৰম কৰিও যেতিয়া এগৰাকী নাৰীয়ে বিজয়ৰ শিখৰত থিয় হয়—সেয়া কেৱল এটা পদক নহয়, সেয়া হাজাৰ হাজাৰ ছোৱালীৰ বাবে এটা সাহসৰ কাহিনী ❤️

যি সময়ত আজিও নাৰীক দুৰ্বল বুলি ভাবিবলৈ কুণ্ঠাবোধ নকৰা মানুহ আছে, সেই সময়তে অসমৰ এগৰাকী জীয়ৰীয়ে নিজৰ শক্তি, পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে সমগ্ৰ ভাৰতবৰ্ষক গৌৰৱান্বিত কৰিলে 🇮🇳

আমাৰ অসমৰ লাভলীনা বৰগোহাঁই—এছিয়ান গেমছৰ স্বৰ্ণজয়ী!🥇

তোমাৰ এই জয় প্ৰতিগৰাকী ছোৱালীৰ বাবে এটা বাৰ্তা
“সপোন ডাঙৰ হ’লে, বাধাবোৰ কেতিয়াও ডাঙৰ নহয়।”

অশেষ অভিনন্দন লাভলীনা। ❤️
অসম আজি পুনৰ তোমাৰ বাবে গৌৰৱান্বিত
Lovlina Borgohain

Denim. Daydreams. 90s Bikash Saikia || Photographer Guwahati📸 🫶🏻
02/10/2026

Denim. Daydreams. 90s

Bikash Saikia || Photographer Guwahati📸 🫶🏻

01/10/2026

আজিৰ এই জটিল, ব্যস্ত আৰু অলপ বেছি ‘complex’ হৈ পৰা পৃথিৱীখনৰ মাজত যদি আপুনি কিবা অলপ সৰলতা বিচাৰি ফুৰিছে, তেন্তে Prem XL এবাৰ চাই আহিব🤍
কাৰণ আমাৰ প্ৰত্যেকৰে হৃদয়ৰ কোনোবা এটা কোণত প্ৰেম থাকেই, কেতিয়াবা প্ৰকাশ পায়, কেতিয়াবা নাপায়। এই ছবিখনে হয়তো সেই চিনি পোৱা অনুভৱটোক আকৌ এবাৰ টুকুৰিয়াই চাবলৈ বাধ্য কৰিব।
আৰু হয়.. এই গীতটোও ছবিখনত শুনিবলৈ পাব😍

বহুদিনৰ পাছত অসমীয়া চিনেমাত শুনা অতি ধুনীয়া music album-সমূহৰ ভিতৰত এটা বুলি মোৰ ব্যক্তিগতভাৱে অনুভৱ হৈছে।
Prem XL - সৰল কাহিনী, চিনাকি অনুভৱ, আৰু অলপ বেছি প্ৰেম❤️
Releasing tomorrow all over, book your tickets now 🫶🏻

মৃত্যুৰ পাছতো যদি কোনোবাই নিজৰ সৃষ্টিৰে আজিও জগত জিলিকাই ৰাখিব পাৰে, সেয়া একমাত্ৰ জুবিন গাৰ্গ, আমাৰ জুবিন দা..কি অপূৰ্ব...
20/09/2026

মৃত্যুৰ পাছতো যদি কোনোবাই নিজৰ সৃষ্টিৰে আজিও জগত জিলিকাই ৰাখিব পাৰে, সেয়া একমাত্ৰ জুবিন গাৰ্গ, আমাৰ জুবিন দা..
কি অপূৰ্ব সৃষ্টি!!
কাক হেৰুৱালোঁ বাৰু আমি? কাক যে হেৰুৱালোঁ!

🎵 Eti Nohoi Duti Nohoi — a beautiful Assamese song in the voices of...

18/09/2026

তুমি নাই, অথচ তুমি সকলোতে আছা।
সময় সলনি হ’ব, ঋতু সলনি হ’ব, পৃথিৱীও সলনি হ’ব…
মাথোঁ জুবিন গাৰ্গ থাকি যাব
যুগে যুগে, যুগান্তৰলৈ ☘️

13/09/2026

ভাদ মাহ, নামঘৰ আৰু আপোন মানুহ—শান্তিৰ আটাইতকৈ সুন্দৰ ৰূপ। 🤍

12/09/2026

নাইট ছুপাৰত উজনিমুৱা—বাটে বাটে নষ্টালজিয়া 🚌

11/09/2026

oh 90s 😍🫶🏻

born in the wrong decade… may be :)
09/09/2026

born in the wrong decade… may be :)

Address


Telephone

+919864665296

Website

Alerts

Be the first to know and let us send you an email when Deeplina Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Deeplina Deka:

Shortcuts

  • Want your establishment to be the top-listed arts & entertainment?

Share