Kai Bedolong

Kai Bedolong hello everyone I am Kai Bedolong
please follow my page and keep supporting. thank you �

অলপ আগতে জানিব পাৰিলোঁ যে অগ্ৰীম জামিন বিচাৰি বিজনদা (বিজন মহাজন)ৰ প্ৰমুখ্যে তিনিগৰাকী জ্যেষ্ঠ অধিবক্তাৰ কাষ চাপিছিল। পা...
26/09/2025

অলপ আগতে জানিব পাৰিলোঁ যে অগ্ৰীম জামিন বিচাৰি বিজনদা (বিজন মহাজন)ৰ প্ৰমুখ্যে তিনিগৰাকী জ্যেষ্ঠ অধিবক্তাৰ কাষ চাপিছিল। পাত্তাই নিদিলে। টকাৰে কিনিব নোৱাৰে জুবিন গাৰ্গৰ প্ৰতি থকা আত্মিক সত্বাক। ইপিনে এটা এটা নতুন তথ্য আহি পৰিছে। জুবিন গাৰ্গক লৈ বেপাৰ কৰি অৰ্জন কৰা পাপৰ ফল ভোগ কৰিব। কাৰণ অন্যায় জুবিন গাৰ্গে সহ্য নকৰে আৰু কাকো ক্ষমা নকৰে।

Copy past


25/09/2025

Justice for

জুবিনৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামীক গ্ৰেপ্তাৰ    ゚viralシfypシ゚viralシalシ
25/09/2025

জুবিনৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামীক গ্ৰেপ্তাৰ

゚viralシfypシ゚viralシalシ

আহক সকলোৱে ইজনে সিজনক সহায় কৰোঁ। আপুনি মোক follow কৰক আৰু মই আপোনাক follow কৰিম।যাওঁ আমি একেলগে আগবাঢ়ি ✊Start   ma swa...
25/09/2025

আহক সকলোৱে ইজনে সিজনক সহায় কৰোঁ। আপুনি মোক follow কৰক আৰু মই আপোনাক follow কৰিম।
যাওঁ আমি একেলগে আগবাঢ়ি ✊
Start ma swasan Kali 🤣

25/09/2025

Léko léko tanié।Indeswar mili
Mising old song

25/09/2025

আজিৰ পৰা vlog video দিম বুলি ভাবিছো।

দিম নে?
কমেণ্ট কৰিব
সকলোৰে আশীৰ্বাদ সাহস কৰি ব্লগ ভিদেও দিব পাৰিম আও 🤣

Assam goverment plz👇
19/09/2025

Assam goverment plz👇

বিশ্বাস কৰিব পৰা শক্তি নাই অ zubeen দা 💔💔আপোনাৰ গান শুনি সন্তোষ পাইছিলো, এতিয়া বহুত দোষ পাওঁ 💔💔💔😭😭
19/09/2025

বিশ্বাস কৰিব পৰা শক্তি নাই অ zubeen দা 💔💔
আপোনাৰ গান শুনি সন্তোষ পাইছিলো, এতিয়া বহুত দোষ পাওঁ 💔💔💔😭😭

Asin Agomdém Yégla Méyoka Alumna Du:péké Lomna Lutoka....গীতৰ স্ৰষ্টাৰ লগতে মিচিং সমাজৰ এজন খ্যাতিসম্পন্ন এগৰাকী শিল্পী।...
27/07/2025

Asin Agomdém Yégla Méyoka Alumna Du:péké Lomna Lutoka....গীতৰ স্ৰষ্টাৰ লগতে মিচিং সমাজৰ এজন খ্যাতিসম্পন্ন এগৰাকী শিল্পী।
সকলোৰে মৰমৰ, সকলোৰে আদৰৰ,চিনাকি কন্ঠ , আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পী গজেন নৰহ আমাৰ মাজত আৰু নাই...
তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো🙏🙏।

17/07/2025

Good night all my friends❤️🌹

Address

Narayanpur, Lakhimapur
Assam

Website

Alerts

Be the first to know and let us send you an email when Kai Bedolong posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Kai Bedolong:

Share