আগিয়া আঞ্চলিক ৰঙালী বিহু সমিতি

  • Home
  • আগিয়া আঞ্চলিক ৰঙালী বিহু সমিতি

আগিয়া আঞ্চলিক ৰঙালী বিহু সমিতি আগিয়া আঞ্চলিক ৰঙালী বিহু সমিতি ।

03/05/2026

আগিয়া আঞ্চলিক ৰঙালী বিহু সমিতি ❤️

৫৯ তম্ আগিয়া আঞ্চলিক ৰঙালী বিহুৰ উপহাৰ কুপনৰ খেল খন আজি অনুষ্ঠিত কৰা হয়। তলত উপহাৰ কুপনৰ ফলাফল সমূহ দিয়া হৈছে ।*প্রথম ...
24/04/2026

৫৯ তম্ আগিয়া আঞ্চলিক ৰঙালী বিহুৰ উপহাৰ কুপনৰ খেল খন আজি অনুষ্ঠিত কৰা হয়। তলত উপহাৰ কুপনৰ ফলাফল সমূহ দিয়া হৈছে ।

*প্রথম পুৰষ্কাৰ - ২০,০০০/ টকা ।
*দ্বিতীয় পুৰস্কাৰ - ১৫,০০০/ টকা ।
*নিচুকনি পুৰষ্কাৰ.....!!
১/ ৫০০০/ টকা।
২/ ৫০০০/ টকা।
৩/ ৫০০০/ টকা ।

"ফলাফলৰ সংখ্যা সমূহ"....!!
*প্রথম পুৰষ্কাৰ - ১৮৭৮
*দ্বিতীয় পুৰস্কাৰ - ১২৫৪
*নিচুকনি পুৰষ্কাৰ - ১৪০১
*নিচুকনি পুৰষ্কাৰ - ১৮১১
*নিচুকনি পুৰষ্কাৰ -১১৮৫

কমিটিৰ সিদ্ধান্তই চূডান্ত সিদ্ধান্ত।

ধন্যৱাদ
আগিয়া আঞ্চলিক ৰঙালী বিহু সমিতি

আগিয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ এইবেলিৰ ব’হাগৰ ব্যতিক্ৰমী অনুষ্ঠান। অনুষ্ঠানৰ নিশা অহা প্ৰৱল ধুমুহা, বৃষ্টিপাতৰ বাবে প...
23/04/2026

আগিয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ এইবেলিৰ ব’হাগৰ ব্যতিক্ৰমী অনুষ্ঠান। অনুষ্ঠানৰ নিশা অহা প্ৰৱল ধুমুহা, বৃষ্টিপাতৰ বাবে পিচদিনা দিনৰ ভাগত আয়োজিত কৰা হয় ।হৈ যোৱা সাংস্কৃতিক অনুষ্ঠানত আমন্ত্রিত শিল্পী গীতাঞ্জলি দাস Gitanjali Das ৰ'কিছু ভাল লগা স্মৃতি সাঁচি ৰাখিলোঁ, ৫৯ তম্ আগিয়া আঞ্চলিক ৰঙালী বিহু উৎসৱ উদযাপনৰ সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজৰ উপস্হিত আৰু আমাক যি দ্বৰে দুটা দিনত সাহয় সহযোগিতা কৰিলে তাৰ বাবে আন্তৰিক ধন্যবাদ, আনাগত দিন বোৰত আমাক এনেকৈ উৎসাহ আৰু সহায়- সহযোগিতা কৰি যাব বুলি আশা ৰাখিলোঁ ।

ধন্যৱাদ ।
আগিয়া আঞ্চলিক ৰঙালী বিহু সমিতি ।

আগিয়া ❣️
21/04/2026

আগিয়া ❣️

প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে আগিয়া আঞ্চলিক ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানখন আমি আজি পুৱা অনুষ্ঠিত কৰিব লৈছোঁ। সহযোগিতা বিচা...
21/04/2026

প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে আগিয়া আঞ্চলিক ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানখন আমি আজি পুৱা অনুষ্ঠিত কৰিব লৈছোঁ। সহযোগিতা বিচাৰিলোঁ আপোনালোকৰ।

আজিৰ অনুষ্ঠান ।আগিয়া আঞ্চলিক ৰঙালী বিহু সমিতি  ।
20/04/2026

আজিৰ অনুষ্ঠান ।

আগিয়া আঞ্চলিক ৰঙালী বিহু সমিতি ।

Address


Website

Alerts

Be the first to know and let us send you an email when আগিয়া আঞ্চলিক ৰঙালী বিহু সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your establishment to be the top-listed Arts & Entertainment?

Share